• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনিত আলফা স্বাধীনৰ সদস্য ভৰ্তি অভিযান তীব্ৰতৰ হৈছে : সেনাৰ হাতত ধৃত যুৱকৰ বিস্ফোৰক স্বীকাৰোক্তি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 8, 2018 12:41 pm
আলফা (স্বাঃ)

প্ৰতিনিধিত্বমূলক চিত্ৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত কূটাঘাত মূলক কাৰ্যকলাপ বৃদ্ধি কৰাৰ উদ্দেশ্যে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ তৎপৰতা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰা গৈছে। উজনি অসমৰ প্ৰায় দুই শতাধিক যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছত এইবাৰ সেনাৰ জালত পৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোত ভৰ্তি হ’বলৈ যো-জা চলোৱা ৭জনকৈ যুৱক।

ভাৰতীয় সেনাৰ পৰা লাভ কৰা তথ্য অনুসৰি, তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত বৰালী গাঁৱৰ একাংশ যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগ দিবলৈ সাজু হোৱাৰ সময়তে সেনাই চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সাতজনকৈ যুৱকক আটক কৰা ঘটনাই উজনি অসমত আলফা স্বাধীনৰ স্থিতি সম্পৰ্কে প্ৰশাসনক পুনৰ শংকিত কৰি তুলিছে৷

Apply Now

উল্লেখ্য যে আলফা স্বাধীনৰ নেতৃবৰ্গই নিজ সংগঠনক শক্তিশালী কৰাৰ সমান্তৰালভাৱে যুৱপ্ৰজন্মৰ একাংশক উৎসাহিত কৰি নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে যুঁজাৰ বাবে সময়ে সময়ে সদস্যভৰ্তি অভিযান চলাই আহিছে যাতে অভাৰ গ্ৰাউণ্ড চোৰাংচোৱা হিচাপে ভাৰতীয় সৈন্যবাহিনীৰ তথ্যসমূহ যোগান ধৰিব পাৰে৷

জানিব পৰা মতে যোৱা ৫ আগষ্টৰ পৰা সেনাৰ ডাও ডিভিজনে এই মতিভ্ৰমী যুৱকসকলক বিদ্ৰোহী সংগঠনত যোগদান কৰাৰ পূৰ্বে পুনৰ ওভতাই অনাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰি অভিযান আৰম্ভ কৰিছে৷ এই অভিযানতে, কাকপথাৰ থানাৰ অন্তৰ্গত বৰালী গাঁৱৰ সাতজনকৈ যুৱক আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা বুলি চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মণিকান্ত মৰাণ নামৰ অভাৰ গ্ৰাউণ্ড আলফা (লিংকমেন) সদস্যজনক আটক কৰাৰ উপৰি বিমান মৰাণ, মিলন মৰাণ সহিতে আৰু চাৰিগৰাকী যুৱকক সেনাই আটক কৰি আনে৷

সেনাৰ সূত্ৰই সদৰী কৰা মতে, আটকাধীন বিমান মৰাণ নামৰ যুৱকজনে সামৰিক পোচাক পৰিধান কৰাৰ লগতে যুৱকজনৰ পৰা এখন মটৰ চাইকেল আৰু ২০ লিটাৰ ডিজেল উদ্ধাৰ কৰিছে৷

সেনাৰ জেৰাৰ সময়ত বিমান মৰাণে স্বীকাৰ কৰে যে, এই দলটোত ইণ্ডো-ম্যানমাৰ সীমান্তত বাহৰ পাতি থকা আলফা স্বাধীনৰ সদস্যই তেওঁলোকক আগবঢ়াই নিয়াৰ কথা আছিল। লগতে এই কথাও জানিবলৈ দিয়ে যে আলফাত যোগদান কৰিবলৈ সাজু হৈ থকা এনে বহু যুৱকক প্ৰশিক্ষণৰ বাবে ম্যানমাৰত থকা আলফা স্বাধীনৰ সামৰিক শিবিৰলৈ যাবলৈ সাজু হৈ আছে।

উল্লেখ্য যে এই দৰে আলফা স্বাধীনত নতুন যুৱকে যোগদান কৰিবলৈ আগবাঢ়ি অহা তথ্য পোহৰলৈ অহাত বিশেষ তাৎপৰ্য বহন কৰিছে। বিশেষকৈ অসমৰ গ্ৰামঞ্চালৰ যুৱকৰ কৰ্মসংস্থাপন তথা প্ৰতিদিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যাই উগ্ৰপন্থী সংগঠনত যোগ দিয়াত সাৰ পানী যোগোৱা বুলি সচেতন মহলে মত ব্যক্ত কৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd