banner-570x320

সর্বাধিক আন্তৰ্জাতিক পৰ্যটকৰ আগমনেৰে বিশ্ব পৰ্যটনৰ মানচিত্ৰত উজলিল ভূটান

সৰ্বাধিক আন্তৰ্জাতিক পৰ্যাটকৰ পদধুলি পৰা দেশ হিচাপে বিশ্ব পৰ্যাটনৰ মানচিত্ৰত উজলি উঠিছে হিমালয়ৰ পাদদেশত অৱস্থিত দেশ ভুটান। ভুটানৰ পৰ্যটন নিৰীক্ষণ-২০১৭ৰ ...

এন আৰ চি

উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো এন আৰ চি উন্নীতকৰণৰ দাবী নেছ’ৰ

অসমত ৰাষ্ট্ৰীয় এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছত এইবাৰ  উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ছাত্ৰ সংগঠনবোৰৰ  সন্মিলিত মঞ্চ নৰ্থ ইষ্ট ষ্টুডেন্টছ অ’ৰ্গেনাইজেশ্যন (নেছ’)এ ...

মাজুলীত গুৰুজনাৰ ‘কেলিগোপাল’ অংকীয়া নাটৰ মাহযোৰা অভিনয় কৰ্মশালাৰ সামৰণি

মাজুলীত গুৰুজনাৰ ‘কেলিগোপাল’ অংকীয়া নাটৰ মাহযোৰা অভিনয় কৰ্মশালাৰ সামৰণি

মাজুলীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সন্মিলিত শিল্পী সমাজে আয়োজন কৰা 'কেলিগোপাল' অংকীয়া নাটৰ মাহযোৰা অভিনয় কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে। সমাৱৰ্তন অনুষ্ঠানত ...

সহপাঠী নগাঁও

বন্ধুত্ব দিৱসত নগাঁৱত আমিনুৰ ৰহমানৰ একেলগে পঞ্চাশখন শিশু গ্ৰন্থ উন্মোচন কৰিলে সহপাঠীয়ে

বিশ্বজুৰি বন্ধুত্ব দিৱস উদযাপনৰ ধামখুমীয়াৰ মাজত দেওবাৰে নগাঁৱৰ একাংশ সহপাঠীয়ে অসমীয়া সাহিত্য জগতত এক ইতিহাস সৃষ্টি কৰি বিশিষ্ট লিখক আমিনুৰ ...

শিৱসাগৰত ব’লবমলৈ অহা ভক্তই বিদ্যুৎস্পৃষ্ট হৈ আঁকোৱালি ল’লে মৃত্যুক

শিৱসাগৰত ব’লবমলৈ অহা ভক্তই বিদ্যুৎস্পৃষ্ট হৈ আঁকোৱালি ল’লে মৃত্যুক

শিৱসাগৰত ব'লবম উছাহ, আনন্দৰ মাজতে আজি পুৱা এক অঘটন সংঘটিত হয়। দুৰ্ভাগ্যবশত ব'লবম লৈ অহা এজন ভক্ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত ...

1200px-Newseum-570x320

ৱাশ্বিংটন ডি চিৰ নিউজিয়ামত হত্যাৰ বলি হোৱা সাংবাদিকৰ মাজত স্থান লাভ অসমৰ পৰাগ দাসৰ

অসমৰ বাবে গৌৰৱৰ বিষয় যে এগৰাকী অসম সন্তান, সাহসী সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ...

কোকৰাঝাৰ চি আই টিৰ পৰা ৰেগিঙৰ বাবে ১৬ জন ছাত্ৰক বহিষ্কাৰ

কোকৰাঝাৰ চি আই টিৰ পৰা ৰেগিঙৰ বাবে ১৬ জন ছাত্ৰক বহিষ্কাৰ

কোকৰাঝাৰৰ চেণ্ট্ৰেল ইনষ্টিটিউট অব টেকন'লজীয়ে ইনষ্টিটিউট (চি আই টি)খনৰ প্ৰায় ১৬ জন ছিনিয়ৰ ছাত্ৰক এটা ষান্মাষিকৰ বাবে বহিষ্কৃত কৰে। ইতিমধ্যে ...

মাজুলীবাসীৰ বাবে সুখবৰ; মাজুলী-নিমাতি ফেৰি সেৱাত নতুনকৈ সংযুক্ত জাহাজ

মাজুলীবাসীৰ বাবে সুখবৰ; মাজুলী-নিমাতি ফেৰি সেৱাত নতুনকৈ সংযুক্ত জাহাজ

মাজুলীবাসীৰ বাবে শেহতীয়াকৈ আহিছে এক সুখবৰ। যিহেতু মাজুলী-নিমাতি ফেৰি সেৱাত নতুনকৈ সংযুক্ত হ'ল পাঁচখন জাহাজ। দেওবাৰে সন্ধিয়া মাজুলী কমলাবাৰী ফেৰি ঘাটত ...

SiddharthaBhatta-570x320

১৬ আগষ্টৰ পৰা পুনৰ আন্দোলনৰ হুংকাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ

অহা ১৫ আগষ্টৰ ভিতৰত দাবীসমূহ কাৰ্যকৰী নকৰিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ১৬ আগষ্টৰ পৰাই আন্দোলনৰ পথ ল’ব বুলি প্ৰকাশ ...

Page 5649 of 6548 1 5,648 5,649 5,650 6,548

Recent News