অনুপ চেতিয়া

ৰাজ্যখনৰ বিভিন্ন স্তৰৰ পৰা আলফা নেতা অনুপ চেতিয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া

আলোচনাপন্থী আলফাৰ নেতা তথা সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৰাজ্যখনৰ 'খিলঞ্জীয়া' আৰু 'অসমীয়া' সম্পৰ্কত সংজ্ঞা আগ বঢ়াই দিয়া মন্তব্যৰ তীব্ৰ ...

representative image

আজি সৰুসজাইত নৰ্থ-ইষ্টৰ বিৰুদ্ধে দিল্লী ডাইনামোজ

চলিত হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত নৰ্থ-ইষ্ট ইউনাইটেডে ...

Yogi Adityanath

ত্ৰিপুৰাত যোগী আদিত্যনাথৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে দুদিনীয়া কাৰ্যসূচী লৈ ৰাজ্যখনত উপস্থিত হোৱা উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে মঙলবাৰে উদয়পুৰৰ ত্ৰিপুৰেশ্বৰী ...

Assam-Arunachal-Pradesh

উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ঠাইত অহা দুদিনত হ’ব পাৰে মজলীয়াৰ পৰা ডাঙৰ বৰষুণ

অহা দুদিনত উত্তৰ-পূৰ্বাঞ্চলত হ’ব পাৰে মজলীয়াৰ পৰা ডাঙৰ বৰষুণ। স্কাইমে’ট ৱে’দাৰৰ মতে অসমকে ধৰি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত কিছু গাজনি-বৰষুণ ...

AATTSA protest in front of Borbam TE H.O

পৰিচালকৰ দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত আটছাই ঘেৰাও কৰিলে বৰবাম চাহ বাগিচাৰ মুখ্য কাৰ্যালয়

বৰবাম চাহ বাগিচাৰ পৰিচালকে কৰা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত সোমবাৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ বৰবাম আঞ্চলিক গোটে শিৱসাগৰ জিলাৰ আমগুৰি বৰবাম ...

অসমত চলি থকা পথনিৰ্মাণত ‘অনিয়ম আৰু নিম্নমানৰ কাম’ৰ অভিযোগ ‘অতি গুৰুতৰ’ : স্বীকাৰ গড়কাপ্তানি মন্ত্ৰীৰ

অসমত চলি থকা পথনিৰ্মাণত ‘অনিয়ম আৰু নিম্নমানৰ কাম’ৰ অভিযোগ ‘অতি গুৰুতৰ’ : স্বীকাৰ গড়কাপ্তানি মন্ত্ৰীৰ

অসমৰ বিভিন্ন ঠাইত চলি থকা পথসমূহৰ নিৰ্মাণত অনিয়ম আৰু নিম্ন মানৰ কাম হোৱা বুলি উঠা অভিযোগ সম্পৰ্কে তদন্ত কৰি তিনিদিনৰ ...

ভিছা লৈ বাংলাদেশৰ পৰা অহা ৮৩ লাখ বাংলাদেশীৰ ৭০ লাখহে ঘূৰি গৈছে : ৰঞ্জিত শেখৰ মুছাহাৰী

ভিছা লৈ বাংলাদেশৰ পৰা অহা ৮৩ লাখ বাংলাদেশীৰ ৭০ লাখহে ঘূৰি গৈছে : ৰঞ্জিত শেখৰ মুছাহাৰী

কালিৰে পৰা গুৱাহাটীৰ জিলা পুথিভঁৰালত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা খিলঞ্জীয়া মঞ্চৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তনৰ শেষ কাৰ্য্যসূচী মুকলি সভাত উপস্থিত থাকি আজি ...

SUBANSIRI_DAM_

নামনি সোৱণশিৰি বৃ্হৎ বান্ধৰ বৃ্হস্পতিবাৰে শুনানি : সেউজ ন্যায়াধিকৰণে পৰীক্ষা কৰিব কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সমিতিৰ বৈধতা

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে অহা বৃ্হস্পতিবাৰে নতুন দিল্লীত ২০০০ মেগাৱাট নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধিকৰণে বান্ধটো সন্দৰ্ভত ...

kidnapped-victim

অৰুণাচল প্ৰদেশৰ অপহৃত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰক মুক্তি

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাৰ গজু গাঁৱৰ পৰা পৰা যোৱা ১০ ফেব্ৰুৱাৰিৰ নিশা সন্দেহযুক্ত এন এছ চি এন উগ্ৰপন্থীয়ে অপহৰণ ...

Page 5967 of 6194 1 5,966 5,967 5,968 6,194

Recent News