• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যখনৰ বিভিন্ন স্তৰৰ পৰা আলফা নেতা অনুপ চেতিয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 7:43 am
অনুপ চেতিয়া
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলোচনাপন্থী আলফাৰ নেতা তথা সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৰাজ্যখনৰ ‘খিলঞ্জীয়া’ আৰু ‘অসমীয়া’ সম্পৰ্কত সংজ্ঞা আগ বঢ়াই দিয়া মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ পৰা।

ৰাজ্যখনৰ কেইবাজনো বিধায়কে তেওঁৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সংগঠনটোৰে প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়েও ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কালি বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে বিজেপিৰ বিধায়ক তেৰচ গোৱালা, সঞ্জয় কিষাণৰ লগতে কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰূপজ্যোতি কুৰ্মীয়ে চেতিয়াৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে চাহ জনগোষ্ঠী হ’ল অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ।

Apply Now

ইয়াৰ উপৰি চেতিয়াই চাহ জনগোষ্ঠীৰ লোকসকল অসমৰ খিলঞ্জীয়া নহয় বুলি চেতিয়াই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া কৰিছে আটছায়ো। মঙলবাৰে কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত এক সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই মন্তব্য কৰে যে অসমত চাহ জনগোষ্ঠীৰ ইতিহাস আছে ৷ অনুপ চেতিয়াৰ মন্তব্যই অসম চুক্তিক অৱমাননা কৰিছে ৷

আনহাতে এনে ধৰণৰ মন্তব্যৰে চেতিয়াই অসমত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব খোজা বুলিও সংগঠনটোৰ নেতৃত্বই অভিযোগ কৰে। তেওঁলোকে চেতিয়াই কেতিয়াও অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মাত মতা নাই বুলি কৈ তেওঁক বাংলাদেশীৰ এজেণ্ট বুলিও কয়

আনহাতে খিলঞ্জীয় মঞ্চৰ মুখ্য আহ্বায়ক হিচাপে চেতিয়াই দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলোচনাপন্থী আলফাৰ প্ৰচৰা সচিব মিথিংগা দৈমাৰীয়ে কয় যে খিলঞ্জীয় মঞ্চ, অসমৰ সৈতে আলফাৰ কোনো সম্পৰ্ক নাই। অনুপ চেতিয়াই দিয়া মন্তব্যই আলফাক প্ৰতিনিধিত্ব নকৰে। আলফাই চেতিয়াক এনে মন্তব্য দিয়াৰ বাবে কৰ্তৃত্ব দিয়া নাই। তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ কয় যে এই বক্তব্য আলফাৰ অনুপ চেতিয়াৰ বক্তব্য নহয়।

উল্লেখযোগ্য যে খিল্জীয়া মঞ্চ, অসম নামৰ নৱগঠিত এক প্ৰতিনিধিত্বমূলক মঞ্চৰ গুৱাহাটীত যোৱা ১২ ফেব্ৰুৱাৰিৰ পৰা দুদিনীয়াকৈ চলা কেন্দ্ৰীয় অভিৱৰ্তনত আলোচনাপন্থী আলফা নেতা তথা সাধাৰণ সম্পাদকজন মুখ্য আহ্বায়ক হিচাপে আছিল। অভিৱৰ্তনত ‘খিলঞ্জীয়া’ আৰু ‘অসমীয়া’ৰ সংজ্ঞা নিৰ্ণয় কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

মঞ্চৰ পৰা এন ই নাওক জনোৱা মতে ৰাজ্যখনৰ ৪১ টা জাতি-ডনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। তাৰোপৰি অভিৱৰ্তনত মানৱ অধিকাৰ কৰ্মী জেব্ৰাৰাম মুচাহাৰী, ৰঞ্জিত শেখৰ মুচাহাৰী, বিশিষ্ট সাহিত্যিক কুল বৰুৱা, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্য হাজৰিকা, বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়া আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়েও অংশ গ্ৰহণ কৰিছিল। কিন্তু দুয়োটা সংজ্ঞা সম্পৰ্কত মঞ্চৰ পৰা অনুপ চেতিয়াই দিয়া ব্যাখ্যাই বহুতৰে মনত প্ৰশ্ন তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd