ভুপিন্দৰ সিঙৰ হত্যাৰ প্ৰতিবাদ

ভুপিন্দৰ সিঙৰ হত্যাকাণ্ড সন্দৰ্ভত নৰ্থইষ্ট নাওৰ আৰক্ষীলৈ ৫টা প্ৰশ্ন

গুৱাহাটী জয়ানগৰস্থিত নাগামিজ ৰেষ্টোৰেণ্টৰ মেনেজাৰ ভুপিন্দৰ সিঙক যোৱা ১৩ জানুৱাৰিৰ নিশা ১১.৫০ বজাত এখন ইন'ভা গাড়ীয়ে জয়ানগৰ চাৰিআলিত খুন্দিয়াই হত্যা কৰিছিল। কাৰ্বি ...

দধিয়াবাসীৰ সৈতে ডিব্ৰুগড় প্ৰশাসনৰ সভা

প্ৰশাসনৰ অনুৰোধ প্ৰত্যাখ্যান, তিনিচুকীয়া এৰি জোনাইলৈ স্থানান্তৰিত হ’ব নোখোজে বানত গৃ্হহাৰা দধিয়াবাসী

ডিব্ৰুগড় জিলা প্ৰশাসনে বানপানীত বিস্থাপিত হোৱা দধিয়া বন গাঁৱৰ লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে আজি চাবুৱাৰ দধিয়া এম ই স্কুলত এখন ...

চীফ্ মিনিষ্টাৰ্ছ্ টী ট্ৰাইব্ছ ফুটবল প্ৰতিযোগিতা

এচিয়ান গেমছ, অলিম্পিকত স্বৰ্ণ পদক লাভ কৰোঁতাক ১ কোটি টকা প্ৰদান কৰা হ’ব: মুখ্য মন্ত্ৰী

চীফ্ মিনিষ্টাৰ্ছ্ টী ট্ৰাইব্ছ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে এচিয়ান গেমছ ...

কালি জাগুনত জ্বলাই দিয়া টেংকাৰ

জাগুনত তেলৰ টেংকাৰৰ ওপৰত হোৱা সন্দেহযুক্ত উগ্ৰপন্থী আক্ৰমণৰ বাবে ত্ৰুটিপূৰ্ণ নিৰাপত্তাক জগৰীয়া

তেলভৰ্তি ৭ খন টেংকাৰ অসম-অৰুণাচল সীমান্তৰ নামফাই-নামচিক পথৰ জাগুনত কালি সন্দেহজনক উগ্ৰপন্থীয়ে জ্বলাই দিয়া ঘটনাটোৰ বাবে নিৰাপত্তাৰ ত্ৰুটিকে জগৰীয়া কৰা হৈছে। ...

প্ৰতিনিধিত্বমূলক ফট’

মংগলদৈত পথত পৰি থকা অৱস্থাত সজীৱ গুলি উদ্ধাৰ আৰক্ষীৰ

গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত মংগলদৈ আৰক্ষীয়ে মংগলদৈ-ভূটীয়াচাং সংযোগী ব্যস্ত গড়কাপ্তানি পথটোৰ শালৈপাৰাত আজি পৰিত্যক্ত অৱস্থাত এজাঁই সজীৱ গুলি উদ্ধাৰ কৰে। ...

Assam, Meghalaya tableaux approved for Republic Day parade

দিল্লীত গণৰাজ্য দিৱসত প্ৰদৰ্শনৰ বাবে সাজু অসমৰ প্ৰতীকপদ ‘মাজুলী’

দেশৰ ৰাজধানী গণৰাজ্য দিৱসৰ শোভাযাত্ৰাত প্ৰদৰ্শনৰ বাবে মাজুলীক লৈ এইবাৰৰ প্ৰতীকপদ সাজু কৰিছে অসমে। এইবাৰৰ প্ৰতীকপদৰ প্ৰধান আকৰ্ষণ হ’ব মুখানৃত্য। ...

গুৱাহাটী বিমানবন্দৰ

দিনটোৰ ২৪ ঘণ্টাই কাৰ্যকৰী হৈ থাকিব গুৱাহাটী বিমানবন্দৰ

অহা ২৫ মাৰ্চৰ পৰা গুৱাহাটী বিমানবন্দৰ দিনটোৰ ২৪ ঘণ্টা ধৰি কাৰ্যকৰী হৈ থাকিব। গুৱাহাটীৰ উপৰি ৰাইপুৰ, পাটনা, ৰাঁচিৰ পৰাও প্ৰতিদিনাই ২৪ ...

ত্ৰিপুৰা অংগনৱাড়ী কৰ্মী আৰু সহায়কাৰী য়ুনিয়নৰ প্ৰতিবাদ

চৰকাৰী স্বীকৃতি, সা-সুবিধা প্ৰদানৰ দাবীত আৰু বেচৰকাৰীকৰণৰ প্ৰতিবাদত অংগনৱাড়ী কৰ্মী আৰু সহায়কাৰী য়ুনিয়নৰ প্ৰতিবাদ ধৰ্মনগৰত

চৰকাৰী স্বীকৃতি, চাকৰিৰ নিয়মীয়াকৰণ, ১৮০০০ টকালৈকে দৰমহা বৃদ্ধি, গ্ৰেচু্ইটিৰ সৈতে ৩০০০ টকাৰ পেঞ্চন প্ৰদান, ই পি এছ আৰু ই এছ ...

ত্ৰিপুৰাত অন্য ধৰণে সক্ষম ব্যক্তিক সাহায্য বিতৰণ কেন্দ্ৰীয় মন্ত্ৰীৰ

ত্ৰিপুৰাত অন্য ধৰণে সক্ষমসকলক সহায়ক সামগ্ৰী বিতৰণ কেন্দ্ৰীয় মন্ত্ৰীৰ

কেন্দ্ৰীয় সমাজ কল্যাণ বিভাগে কালি ত্ৰিপুৰাৰ কুমাৰ্ঘাত পি ডব্লিউ ডি খেলপথাৰত অয়োজন কৰা এক জন অধিকাৰিক শিৱিৰত অন্য ধৰণে সক্ষম ...

Page 6048 of 6192 1 6,047 6,048 6,049 6,192

Recent News