• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাগুনত তেলৰ টেংকাৰৰ ওপৰত হোৱা সন্দেহযুক্ত উগ্ৰপন্থী আক্ৰমণৰ বাবে ত্ৰুটিপূৰ্ণ নিৰাপত্তাক জগৰীয়া

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
January 17, 2018 8:05 pm
কালি জাগুনত জ্বলাই দিয়া টেংকাৰ

কালি জাগুনত জ্বলাই দিয়া টেংকাৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলভৰ্তি ৭ খন টেংকাৰ অসম-অৰুণাচল সীমান্তৰ নামফাই-নামচিক পথৰ জাগুনত কালি সন্দেহজনক উগ্ৰপন্থীয়ে জ্বলাই দিয়া ঘটনাটোৰ বাবে নিৰাপত্তাৰ ত্ৰুটিকে জগৰীয়া কৰা হৈছে।

খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ খাৰচাঙত থকা অইল ইণ্ডিয়া লিমিটেড আৰু জিঅ’ এনপ্ৰ’ পে’ট্ৰলিয়ামে যুটীয়াভাৱে পৰিচালনা কৰা তেলখাদৰ পৰা টেংকাৰকেইখনে খাৰুৱা তেলখিনি কঢ়িয়াই আনিছিল।

Apply Now

 

অইল ইণ্ডিয়া সূত্ৰই জনোৱা অনুসৰি, ‘নিৰাপত্তাৰ নামত বছৰি বহু লাখ টকা অইল ইণ্ডিয়া লিমিটেডে ভৰি আহিছে। এই নিৰাপত্তাৰক্ষীসকলৰ ভিতৰত সশস্ত্ৰ অসম আৰক্ষীও আছে।’

সূত্ৰটোৱে লগতে জনাই যে টেংকাৰসমূহৰ সুৰক্ষা নিশ্চিত কৰা, জাগুনৰ পৰা খাৰচাঙৰ তৈলক্ষেত্ৰলৈকে অইলৰ কৰ্তব্যৰত কৰ্মচাৰীসকল আৰু সম্পদক সুৰক্ষা দিয়াৰ বাবে এই নিৰাপত্তাৰক্ষীসকলক নিয়োগ কৰা হৈছে।

সূত্ৰটোৱে আৰু জনাই যে, ‘পূৰ্বে ২০০৭ চনত উগ্ৰপন্থী-অধ্যুষিত উক্ত অঞ্চলটোত এজন টেংকাৰ চালকক হত্যা কৰা আৰু টেংকাৰ জ্বলাই দিয়া একেধৰণৰ এটা ঘটনাৰ পিছৰে পৰা সশস্ত্ৰ নিৰাপত্তাৰক্ষীসকলৰ পহৰাদায়ী গাড়ীৰ নামত হোৱা খৰচো অইলে পৃথকভাৱে ব্যয় কৰি আহিছে। পৰৱৰ্তী বিভাগীয় কাৰ্যপন্থা গ্ৰহণৰ বাবে ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে ইয়াৰ তদন্তত কি উদ্ধাৰ কৰে তাৰ বাবে আমি অপেক্ষা কৰিছো।’

কালিৰ ঘটনাটো পৰ্যাপ্ত নিৰাপত্তাৰ ত্ৰুটিৰ বাবেই সংঘটিত হোৱা বুলি স্বীকাৰ কৰি অইল সূত্ৰই সদৰী কৰিছে যে টেংকাৰকেইখনত থকা অতি দাহ্য খাৰুৱা তেলসমূহ সুৰক্ষিত অৱস্থাত আছে।

জানিব পৰা মতে খাৰচাঙৰ পৰা এ এছ ২৩ বি চি ২৬৯১, এ এছ ০১ জি চি ৭১৯২, এন এল ০৮ এ ৮২৬৯, এ এছ ২২ চি ৩৯৩৭, এ এছ ০১ দি দি ৪২৫৭, এ এছ ০১ দি চি ৯৩৫৭, এ এছ ২৩ বি চি ৫৪০২ আৰু এ এছ ০৬ এ চি ১৫৯৩ নম্বৰৰ টেংকাৰ কেইখনে জেভিচি খাৰুৱা তেল ডিগবৈলৈ পৰিশোধনৰ বাবে আনি থকা অৱস্থাতে  ঘটনাটো সংঘটিত হয়। মুঠতে ৯ খন টেংকাৰ জ্বলাই দিয়া বুলি প্ৰথমে সন্দেহ কৰা হৈছিল যদিও এ এছ ০৪ এ চি ৪৭৩৫ আৰু এ এছ ০১ দি চি ৯৩৫৭ নম্বৰৰ টেংকাৰ দুখন আক্ৰমণটোৰ পৰা সাৰি আহিবলৈ সক্ষম হোৱা বুলি অইল সূত্ৰই দাবী কৰিছে।

আনহাতে নিৰাপত্তা বাহিনীৰ সূত্ৰই জনোৱা অনুসৰি অসম-অৰুণাচল সীমান্তৰ চাংলাং আৰু তিনিচুকীয়া জিলাৰ মাজৰ অঞ্চলটোত উগ্ৰপন্থীবিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে।

ইফালে গাড়ীৰ কৰ্মচাৰী, চালক আৰু ঠিকাদাৰসকলে শিথিল আৰু পৰ্যাপ্ত নোহোৱা নিৰাপত্তা ব্যৱস্থাৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰশাসনক নিশ্চিদ্ৰ নিৰাপত্তা প্ৰদানৰ দাবী জনাইছে আৰু ইয়াৰ অন্যথা তেওঁলোকে কাম বন্ধ কৰাৰ ভাবুকি দিছে।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd