DMCA.com Protection Status
কাৰাগাৰৰ পৰা ওলাল অখিল : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আন্দোলনত নমাৰ অংগিকাৰ

কাৰাগাৰৰ পৰা ওলাল অখিল : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আন্দোলনত নমাৰ অংগিকাৰ

বুধবাৰে গোৱালাপাৰা জেইলৰ পৰা ওলায়েই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত ...

স্মাৰ্ট চিটি অভিযান প্ৰকল্প ৰূপায়নত পিছ পৰি আছে গুৱাহাটী: গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়

স্মাৰ্ট চিটি অভিযান প্ৰকল্প ৰূপায়নত পিছ পৰি আছে গুৱাহাটী: গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়

স্মাৰ্ট চিটি প্ৰকল্প সন্দৰ্ভত গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক পৰ্যালোচনাৰ পৰা জানিব পৰা গৈছে যে অসমৰ গুৱাহাটী ...

ব্ৰহ্মপুত্ৰৰ কৃত্ৰিম হ্ৰদ সন্দৰ্ভত ভাৰতৰ সৈতে তথ্য বিনিময় কৰিব চীনে

ব্ৰহ্মপুত্ৰৰ কৃত্ৰিম হ্ৰদ সন্দৰ্ভত ভাৰতৰ সৈতে তথ্য বিনিময় কৰিব চীনে

চীনা বিদেশ মন্ত্ৰ্যালয়ে আজি প্ৰকাশ কৰা অনুসৰি ভাৰতত আচম্বিত ভয়াৱহ বানপানীৰ আশংকা সৃষ্টি কৰা, ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰ নদীত ভূমিস্খলনসৃষ্ট বৃহৎ ...

আজিৰ পৰা টংলাত চাৰিদিনীয়া কাৰ্যসূচীৰে নিখিল ৰাভা সাহিত্য সভাৰ অধিৱেশন

বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৩০ ডিচেম্বৰলৈ নিখিল ৰাভা সাহিত্য সভাৰ চাৰিদিনীয়া ৩৪ সংখ্যক পূৰ্ণাংগ অধিৱেশন টংলাৰ সতীশ চন্দ্ৰ ৰাভা সোঁৱৰণী ...

অসমত বন্যহস্তীৰ সন্ত্ৰাসৰ মোকাবিলা কৰিবলৈ বন বিভাগে প্ৰস্তুত কৰি উলিয়াইছে ম’বাইল এপ ঐৰাৱত

অসমত বন্যহস্তীৰ সন্ত্ৰাসৰ মোকাবিলা কৰিবলৈ বন বিভাগে প্ৰস্তুত কৰি উলিয়াইছে ম’বাইল এপ ঐৰাৱত

অসমত বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ নগাঁও আৰু ধেমাজি বন সংমণ্ডলে যৌথভাৱে ঐৰাৱত নামেৰে এটা ম’বাইল এপ্লিকেশ্যন প্ৰস্তুত কৰি উলিয়াইছে। ঐৰাৱত ...

ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগ পাপৰ ফল বুলি কোৱাটো দুৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল প্ৰকাশ : অচিৰেই ১৪ হাজাৰ শিক্ষক নিযুক্তিৰ কথা ঘোষণা শিক্ষা মন্ত্ৰীৰ

অসমৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুণোৎসৱ সম্পৰ্কে এক সংবাদ মেলৰ আয়োজন কৰে। শিক্ষা মন্ত্ৰীগৰাকীয়ে সংবাদ মেলৰ জৰিয়তে ...

ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত নামছাইত দল-সংগঠনৰ জোঁৰ সমদল

ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত নামছাইত দল-সংগঠনৰ জোঁৰ সমদল

অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ চংখাম অঞ্চলত এগৰাকী ১৩ বছৰীয়া কিশোৰীক কোনো অচিনাক্তই ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাত অঞ্চলবাসীৰ মাজত এতিয়া ...

উত্তৰ-পূৰ্বাঞ্চলৰ ১১ খন জিলাকে ধৰি দেশৰ ১১৫ জিলাক উন্নত কৰি তোলাৰ প্ৰস্তাৱ কেন্দ্ৰৰ

উত্তৰ-পূৰ্বাঞ্চলৰ ১১ খন জিলাকে ধৰি দেশৰ ১১৫ জিলাক উন্নত কৰি তোলাৰ প্ৰস্তাৱ কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ভিতৰত ১১৫ খন জিলাক দ্ৰুত পৰিৱৰ্তন দিশত আগবঢ়াই নিয়াৰ বাবে এক অভিলাষী ব্যৱস্থা গ্ৰহণ কৰিছে। উক্ত ...

Page 6095 of 6180 1 6,094 6,095 6,096 6,180

Recent News