• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল ২০২৪ সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2024 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮ আৰু ৯ নৱেম্বৰ, ২০২৪ তাৰিখে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় অসমে, বিশ্ববিদ্যালয় চৌহদত জাপান কাৰ্ণিভেল, ২০২৪ অনুষ্ঠিত কৰে।  ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ উদ্যোগত আৰু জাপান ফাউণ্ডেশন, নতুন দিল্লীৰ সহযোগত অনুষ্ঠিত কৰা এই অনুষ্ঠানত জাপানী সংস্কৃতিৰ পৰম্পৰাক উদযাপন কৰাৰ লগতে ভাৰত আৰু জাপানৰ মাজত এক গভীৰ সম্পৰ্ক গঢ়াৰ প্ৰচেষ্টা হাতত লয়।

জাপান কাৰ্ণিভেলৰ মাজেৰে জাপানী জীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ পৰিচয় দিয়া হয়, য’ত পৰম্পৰাগত খেলা, ইউকাটা ফেশ্বন (এক পৰম্পৰাগত জাপানী পোচাক), চিনেমা স্ক্ৰীণিং আৰু ক’ছপ্লে অৰ্থাৎ ক’ষ্টিউম আৰু নাটকৰ সংমিশ্ৰন অন্তৰ্ভুক্ত আছিল। ক’ছপ্লে হৈছে এক অভিনয়শিল্প য’ত অংশগ্ৰহণকাৰীসকলে জনপ্ৰিয় সংস্কৃতিৰ চাৰা ছবি, এনিমেচন, মাঙ্গা, টিভি চিৰিজ, সংগীত পৰফৰ্মেন্স আৰু ভিডিঅ’ গেমৰ বিভিন্ন চৰিত্ৰৰ ৰূপ লয় আৰু দৃশ্য পৰিসৰিত কৰে।

লগতে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জাপানী ভাষাৰ সৰু পাঠদান আগবঢ়ায়, য’ত হিৰাগানা আখৰ আৰু সংখ্যা শিকোৱা হৈছিল, লগতে পৰিয়ালৰ সদস্যৰ নাম আৰু জাপানী ভাষাত শ্ৰেণী কোঠাৰ মৌলিক অভিব্যক্তি প্ৰদৰ্শন কৰাৰ অনুশীলন কৰা হৈছিল। কাৰ্যক্রমত এক ইণ্টাৰেক্টিভ কুইজো অনুষ্ঠিত হৈছিল, য’ত জাপানী ইতিহাস, ভূগোল আৰু সংস্কৃতিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল।

Apply Now

৮ নৱেম্বৰত শ্ৰীমন্ত শঙ্কৰ একাডেমী ছছাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসৰ এক উষ্ণ অভিবাদন ভাষণৰ দ্বাৰা অনুষ্ঠানৰ আৰম্ভণি হৈছিল। তেওঁ ভাষণ প্ৰসংগত কয় যে জাপান  বিজ্ঞান আৰু প্ৰযুক্তি সাধনতেই নহয় বিশ্বৰ পৰা পৰম্পৰাগত শিল্প, সংস্কৃতি আৰু পৰম্পৰাৰ বাবে খ্যাত আৰু ই অন্যান্য দেশৰ বাবে এক আদৰ্শ হিচাপে পৰিগণিত হ’ব পাৰে।

পৰবৰ্তী ভাষণত, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে ভাৰত আৰু জাপানৰ মাজৰ মজবুত বন্ধুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে  গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ভাৰতত জাপানৰ বিষয়ে অধিক তথ্য লাভৰ এক বিশেষ প্রয়াস ৰূপে ছাত্ৰ-ছাত্ৰীক জাপানী ভাষা আৰু সংস্কৃতিৰ অধ্যয়ন আৰু উদযাপন কৰিবলৈ সুযোগ প্ৰদান কৰিছে। এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ সহকাৰী অধ্যাপক,নোজোমি টোকুমাৰ প্রয়াসক তেখেতে স্বীকাৰ কৰে। বিশ্ববিদ্যালয়ে আগন্তুক দিনত জাপানী ভাষাত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখিছে।

এই অনুষ্ঠানত দুজন সন্মানীয় অতিথি-জাপানৰ দূতাবাসৰ শ্ৰী তাকাছি কোবায়াছি আৰু জাপান ফাউণ্ডেশ্যনৰ সঞ্চালক প্ৰধান কোজি সাটো ডাঙৰীয়াই ভাষণ প্ৰদান কৰে। লেণ্ড অৱ দ্য ৰাইজিং ছানৰ পৰা অহা দৰ্শনাৰ্থীসকলে পাছলৈ জাপান কাৰ্নিভাল আৰু পূৰ্ণাংগ জাপানীজ পাঠ্যক্ৰমৰ প্ৰৱৰ্তনৰ দৰে সুন্দৰ প্ৰচেষ্টাৰ জৰিয়তে জাপানৰ চহকী ভাষা আৰু সংস্কৃতিক বহুল বিশ্বৰ সৈতে ভাগ-বতৰা আৰু উদযাপনৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

ইয়াৰ উপৰিও জাপানৰ দূতাবাসৰ জনসংযোগ আৰু সংস্কৃতিৰ প্ৰথম সচিব কোবায়াছি ডাঙৰীয়াই ভাৰতৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ বিভিন্ন বৃত্তি আৰু বিনিময় কাৰ্যসূচী, য’ত জাপান বিনিময় আৰু পাঠদান (জেট) কাৰ্যসূচী আৰু শিক্ষা, সংস্কৃতি, ক্রীড়া, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ (MEXT) স্কলাৰশ্বিপ প্ৰগ্ৰামৰ বিষয়ে আলোচনা কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd