উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত শ্ৰেষ্ঠ বিবেচিত ছিকিমৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ প্ৰদৰ্শন

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত শ্ৰেষ্ঠ বিবেচিত ছিকিমৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ প্ৰদৰ্শন

ভাৰত চৰকাৰৰ শক্তি বিভাগৰ দ্বাৰা আয়োজন কৰা শক্তি সংৰক্ষণ-২০১৭ শীৰ্ষক এখন পেইন্টিং প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চৰ ৰাজ্যকেইখনৰ ভিতৰতে শ্ৰেষ্ঠ পাৰদৰ্শিতাৰ সন্মান ...

ছিকিমে ৰাজ্যখনত নিষিদ্ধ কৰিব অ-জৈৱিক খাদ্য সামগ্রীৰ যোগান

ছিকিমে ৰাজ্যখনত নিষিদ্ধ কৰিব অ-জৈৱিক খাদ্য সামগ্রীৰ যোগান

ছিকিম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যখনত অহা বছৰৰ ৩১ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ত অ-জৈৱিক পদ্ধতিত উৎপাদন কৰা কৃষিজাত, উদ্যান শস্য তথা পশুধনৰ ...

কোকৰাঝাৰত গ্রামীণ বিকাশ বেংকৰ প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি বীমা আঁচনিৰ হিতাধিকাৰীক বীমাৰ ধন প্ৰদান

কোকৰাঝাৰত গ্রামীণ বিকাশ বেংকৰ প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি বীমা আঁচনিৰ হিতাধিকাৰীক বীমাৰ ধন প্ৰদান

কোকৰাঝাৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক কাৰ্যালয়ৰ সভাগৃহত কালি বিয়লি এখন সভা অনুষ্ঠিত হৈ যায়। প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি বীমা আঁচনিৰ অধীনত ...

‘কমলা ৰাণী ২০১৭’ৰ শেষ হাঁহি সংগীতা থিয়ামৰ

‘কমলা ৰাণী ২০১৭’ৰ শেষ হাঁহি সংগীতা থিয়ামৰ

মণিপুৰৰ ‘কমলা ৰাণী ২০১৭’ৰ শ্ৰেষ্ঠত্বৰ মুকুট খিতাপ সংগীতা থিয়ামে  অৰ্জন কৰিবলৈ সক্ষম হৈছে। মণিপুৰৰ টামেনলঙ জিলাত চলা সদ্যসমাপ্ত কমলা উৎসৱৰ লগত ...

গুজৰাটৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হ’লেই মেঘালয়লৈ আহিব মুখ্য নিৰ্বাচনী আয়ুক্ত

গুজৰাটৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হ’লেই মেঘালয়লৈ আহিব মুখ্য নিৰ্বাচনী আয়ুক্ত

গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই আগন্তুক মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে দুই সহযোগী আয়ুক্তৰ সৈতে ...

মহানগৰীত পুনৰ বাঘৰ আতংক

মহানগৰীত পুনৰ বাঘৰ আতংক

অসমৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অহাৰ সমান্তৰালভাবে মহানগৰীৰ জালুকবাৰীত বাঘৰ বিচৰণে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। জালুকবাৰীৰ গাড়ীগাওঁত ...

নগাওঁৰ আমিৰুলক মৃত্যুদণ্ড

নগাওঁৰ আমিৰুলক মৃত্যুদণ্ড

কালি নগাওঁ জিলাৰ ছলাপথাৰৰ যুৱক আমিৰুল ইছলামক কেৰেলা এৰ্নাকুলাম সত্ৰ আদালতে মৃত্যুদণ্ড বিহে। যুৱতীক বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধতে কেৰেলাৰ ...

Page 6144 of 6194 1 6,143 6,144 6,145 6,194

Recent News