• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাটৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হ’লেই মেঘালয়লৈ আহিব মুখ্য নিৰ্বাচনী আয়ুক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 8:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই আগন্তুক মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে দুই সহযোগী আয়ুক্তৰ সৈতে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজ্যখনলৈ আহিব।

ছিলঙত আহি উপস্থিত হোৱা উপ নিৰ্বাচনী আয়ুক্ত চন্দ্ৰ ভূষণ কুমাৰে বৃহস্পতিবাৰে সংবাদ মাধ্যমক জনায় যে দুগৰাকী নিৰ্বাচনী আয়ুক্তক লৈ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটি দল নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনলৈ আহিব। অৱশ্যে গুজৰাটৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতহে তেওঁলোক আহিব।

Apply Now

ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতিক লৈ সন্তুষ্টি প্ৰকাশ কৰি কুমাৰে কয় যে প্ৰাথমিক ব্যৱস্থাসমূহ প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই মুহূৰ্তত নিৰ্বাচনী দল গঠনৰ প্ৰক্ৰিয়া চলি আছে। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা, উৎসৱ আৰু শৈক্ষিক বিষয়সমূহ বিবেচনা কৰাৰ পিছত ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ তাৰিখ নিৰ্দ্ধাৰণ কৰিব।

ছিলং ভ্ৰমণত থকা নিৰ্বাচন আয়োগৰ দলটোৱে ইয়াৰ আগেয়ে বুধবাৰে ৰাজনৈতিক দলসমূহৰ উপৰিও সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক বৈঠকত  মিলিত হৈছিল। বৈঠকৰ সময়ত ৰাজনৈতিক দলবোৰে ভি ভি পি এ টি সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰি কৈছিল যে ভোটদাতাসকলে ভোটদানৰ পিছত তেওঁলোকে ক’ত ভোট দিলে সেইটো প্ৰিন্ট আউটত চাবলৈ পোৱা উচিত। আনহাতে, মেঘালয়ত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’বলগীয়া ভি ভি পি এ টি সম্পৰ্কে ৰাইজক জনাবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে।

নিৰ্বাচনী আয়োগৰ দলটোৱে স্পষ্ট কৰি দিয়ে যে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত ভি ভি পি এ টি সংযুক্ত কৰাৰ পিছত ইভিএমৰ কাৰ্যকৰিতা সম্পৰ্কে কোনো সন্দেহৰ থল নাই। ভিভিপিএটি ত প্ৰিন্ট শ্লিপ ওলাওতে সাধাৰণতে ৭ ছেকেণ্ড লাগে যদিও এই সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত নিৰ্বাচনী বিষয়া কুমাৰে কয় যে সময় আৰু ভোটাৰৰ সংখ্যা কোনো সমস্যা নহয় কিয়নো নিৰ্বাচন আয়োগে ইতিমধ্যে নিৰ্দেশনা দিছে যে ভোটদান কেন্দ্ৰসমূহত নগৰাঞ্চলত ১৪০০ আৰু গ্ৰাম্যাঞ্চলত ১২০০ তকৈ অধিক ভোটাৰ থাকিব নোৱাৰিব।

তেওঁ লগতে জনায় যে ৰাজ্যখনত ভোটদান কেন্দ্ৰৰ সংখ্যা ৩০৮২ টালৈ বৃদ্ধি কৰা হৈছে। ২০১৩ চনৰ বিধানসভাৰ নিৰ্বাচনৰ তুলনাত ৫৯৭ টা ভোটদান কেন্দ্ৰ বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd