ছিকিমে ৰাজ্যখনত নিষিদ্ধ কৰিব অ-জৈৱিক খাদ্য সামগ্রীৰ যোগান
ছিকিম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যখনত অহা বছৰৰ ৩১ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ত অ-জৈৱিক পদ্ধতিত উৎপাদন কৰা কৃষিজাত, উদ্যান শস্য তথা পশুধনৰ ...
ছিকিম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যখনত অহা বছৰৰ ৩১ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ত অ-জৈৱিক পদ্ধতিত উৎপাদন কৰা কৃষিজাত, উদ্যান শস্য তথা পশুধনৰ ...
ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী শিক্ষকলৈ সাময়িক ভাবে সকাহ দিলে উচ্চতম ন্যায়ালয়ে। এই শিক্ষক সকলৰ কাৰ্যকাল ছমাহৰ বাবে বৃদ্ধিৰ ৰায় প্ৰদান কৰে ...
অৰুনাচল প্ৰদেশৰ লোক সভাৰ সাংসদ নিনং এৰিঙে বৃহস্পতিবাৰে কেন্দ্ৰীয় জল সম্পদ বিভাগৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ লগত চিয়াং নদী প্ৰদূষিত ...
কোকৰাঝাৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক কাৰ্যালয়ৰ সভাগৃহত কালি বিয়লি এখন সভা অনুষ্ঠিত হৈ যায়। প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি বীমা আঁচনিৰ অধীনত ...
মণিপুৰৰ ‘কমলা ৰাণী ২০১৭’ৰ শ্ৰেষ্ঠত্বৰ মুকুট খিতাপ সংগীতা থিয়ামে অৰ্জন কৰিবলৈ সক্ষম হৈছে। মণিপুৰৰ টামেনলঙ জিলাত চলা সদ্যসমাপ্ত কমলা উৎসৱৰ লগত ...
গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই আগন্তুক মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে দুই সহযোগী আয়ুক্তৰ সৈতে ...
অসমৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অহাৰ সমান্তৰালভাবে মহানগৰীৰ জালুকবাৰীত বাঘৰ বিচৰণে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। জালুকবাৰীৰ গাড়ীগাওঁত ...
কালি নগাওঁ জিলাৰ ছলাপথাৰৰ যুৱক আমিৰুল ইছলামক কেৰেলা এৰ্নাকুলাম সত্ৰ আদালতে মৃত্যুদণ্ড বিহে। যুৱতীক বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধতে কেৰেলাৰ ...
ৰাজ্যৰ শিক্ষা বিভাগৰ উচ্চ সঞ্চালকালয়ৰ পৰা জাৰি কৰা এক জাননী অনুসৰি এতিয়াৰে পৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰ কৰা হৈছে। ...
চলিত ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ত অহা শুক্ৰবাৰে কোচিৰ জৱহাৰলাল নেহৰু আন্তঃজাতিক ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেডে কেৰালা ব্লাষ্টাৰ্ছৰ মুখামুখি হ'ব।ইতিমধ্যে ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd