নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক

শোচনীয় প্ৰদৰ্শনৰ বাবে নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক জোৱাও ডে দিউছক অপসাৰণ

পূৰ্বৰ দৰে এই বছৰো ইণ্ডিয়ান ছুপাৰ লীগত শোচনীয় প্ৰদৰ্শণৰ ধাৰাবাহিকতা বজাই ৰখা নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ প্ৰশিক্ষক জোৱাও ডে দিউছক ...

চীনলৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অচিৰেই অৰুণাচল ভ্ৰমণ কৰিব

চীনলৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অচিৰেই অৰুণাচল ভ্ৰমণ কৰিব

প্ৰতিবেশী চীনলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ দৃষ্টিভংগীলৈ এই বছৰৰ প্ৰথম ভাগতে অৰুণাচল ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ...

মাজুলী জিলা উপায়ুক্তৰ ৰোষত পলমকৈ কাৰ্য্যালয়ত উপস্থিত হোৱা বিষয়া-কৰ্মচাৰী

মাজুলী জিলা উপায়ুক্তৰ ৰোষত পলমকৈ কাৰ্য্যালয়ত উপস্থিত হোৱা বিষয়া-কৰ্মচাৰী

মাজুলী জিলা উপায়ুক্ত পল্লব গোপাল ঝাই জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ ওপৰত ক্ষুণ্ণ হৈ পৰাটো পৰিলক্ষিত হয়। লক্ষণীয় যে  কাৰ্য্যালয়ৰ বাবে ...

ফেব্ৰুৱাৰি ২তাৰিখৰ পৰা আৰম্ভ হ’ব মণিপুৰ ৰাজ্যিক ঘোৰাচালনা প্ৰতিযোগিতা

ফেব্ৰুৱাৰি ২তাৰিখৰ পৰা আৰম্ভ হ’ব মণিপুৰ ৰাজ্যিক ঘোৰাচালনা প্ৰতিযোগিতা

ফেব্ৰুৱাৰিৰ ২তাৰিখৰ পৰা ৬ তাৰিখলৈ মণিপুৰৰ ইম্ফলস্থিত বিশ্বৰ আটাইতকৈ পুৰণি পল’খেলপথাৰত অনুষ্ঠিত হ’ব ১৫সংখ্যক ৰাজ্যিক ঘোৰাচালনা প্ৰতিযোগিতা। প্ৰতিযোগিতাখন মণিপুৰ ঘোৰাচালনা ...

কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰ উদ্বোধন কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই

কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰ উদ্বোধন কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই

মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই মঙলবাৰে তেওঁৰ নিজা সমষ্টি আমপতিৰ ঘাহছাৰাত কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰটো উদ্বোধন কৰি জনজাতি সম্প্ৰদায়ৰ ...

বনৰীয়া হাতী

শোণিতপুৰৰ ৰঙাপাৰাত বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুজনকৈ লোকৰ বাসগৃহ

ৰাজ্যত মাৰ যোৱা নাই হাতী-মানুহৰ সংঘাত। ৰাজ্যখনৰ ন-ন প্ৰান্তত হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে কালি নিশা শোণিতপুৰৰ ৰঙাপাৰাৰ জংঘলবস্তিত বনৰীয়া ...

আগছুৰ প্ৰতিনিধি দলে সাক্ষাত কৰিলে ৰাজ্যপাল জগদীশ মুখীক

আগছুৰ প্ৰতিনিধি দলে সাক্ষাত কৰিলে ৰাজ্যপাল জগদীশ মুখীক

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিটিচি আঞ্চলিক কমিটিয়ে বিটিচিৰ ৬গৰাকী মনোনিত সদস্যক বিধান সভাত নিয়োজিত নকৰা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ ...

চানডুবি উৎসৱত পৰ্যটকৰ ভিৰ : জনগোষ্ঠীয় সংস্কৃতিৰ পয়োভৰ

চানডুবি উৎসৱত পৰ্যটকৰ ভিৰ : জনগোষ্ঠীয় সংস্কৃতিৰ পয়োভৰ

নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চানডুবি উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ ...

গুণোৎসৱৰ তৃতীয় পৰ্যায়

সীমাহীন উৎকন্ঠাৰ অন্ত পেলাই আজিৰ পৰা ১৩খন জিলাত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

যোৱা ২৭ ডিচেম্বৰত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰাৰ পিছতেই আজিৰে পৰা আৰম্ভ হ’ব ৰাজ্যৰ ১৩ খন জিলাৰ বিদ্যালয়ৰ তৃতীয় ...

sarbananda sonowal assam cm

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে কোনো মৌলিক অধিকাৰ লাভ নকৰে : মুখ্যমন্ত্ৰী সোণোৱাল

অবৈধ বাংলাদেশীলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে কৈছে যে তেওঁৰ চৰকাৰে এন আৰ চিৰ চূড়ান্ত তালিকাত নাম ...

Page 6452 of 6558 1 6,451 6,452 6,453 6,558

Recent News