• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সময়ত ভৰসা হৈ কাষত থিয় দিছিল ৰতন টাটা; ‘গুৰুৰ জন্মদিন’ত ডাঙৰ সিদ্ধান্ত ল’লে শিষ্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2024 5:23 pm
সময়ত ভৰসা হৈ কাষত থিয় দিছিল ৰতন টাটা; ‘গুৰুৰ জন্মদিন’ত ডাঙৰ সিদ্ধান্ত ল’লে শিষ্যই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেতিয়া ভৰসা দিবলৈ কোনো নাছিল, তেতিয়া তেওঁ আছিল। কেৱল টকাৰে ষ্টাৰ্ট আপটোক সহায় কৰাই নহয়, কোম্পানীটোক একপ্ৰকাৰ আপডাল কৰি ৰাখিছিল। তেওঁ ৰতন টাটা। তেওঁ এতিয়া নাই।

কিন্তু গুৰুজনাৰ কথা মনত ৰৈ গৈছে শিষ্যৰ। যেতিয়া টাটাৰ মৃত্যুত চৌদিশে স্মৃতিচাৰণ হৈছিল, তেতিয়া এজনে মনে মনে এক ডাঙৰ পদক্ষেপৰ বাবে প্ৰস্তুতি চলাইছিল।

শিষ্য অৰ্জুন দেশপাণ্ডেই গুৰুৰ জন্মদিনত এটা ডাঙৰ সিদ্ধান্ত লৈ পেলায়। ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ ৰতন টাটাৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জনাই ৮৭ জন কৰ্কট ৰোগীক বিনামূলীয়া ঔষধ বিতৰণ কৰিছে।

তেওঁ লগতে লিখিছে, ‘পৰামৰ্শদাতা গুৰুক দিয়া কথা পালন ৰাখিবলৈ সক্ষম হৈছো।’ তেওঁ লগতে আগন্তুক এবছৰ কেন্সাৰ ৰোগীক কম খৰচত ঔষধ যোগান ধৰিব বুলিও কয়।

অৰ্জুন জেনেৰিক আধাৰৰ মুৰব্বী। এই কোম্পানীটো প্ৰতিষ্ঠা কৰাৰ সময়ত তেওঁৰ ষ্টাৰ্টআপত কোনেও ধন বিনিয়োগ কৰিব বিচৰা নাছিল। কিন্তু সেই সময়ত তেওঁৰ কাষত থিয় দিছিল ৰতন টাটা।

অৰ্জুনে নিজৰ পোষ্টত লিখিছে, ‘ৰতন টাটা ছাৰে সদায় কৈছিল যে কেন্সাৰ ঔষধ কেৱল ধনী মানুহৰ বাবেই নহয়, প্ৰতিজন ব্যক্তিয়েই যেন ইয়াৰ ব্যয় বহন কৰিব পাৰে।’ সেই অনুসৰি ৰতন টাটাৰ ৮৭ সংখ্যক জন্মদিনত তেওঁ ৮৭ জন ৰোগীক জেনেৰিক আধাৰৰ পৰা বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

August 19, 2025 1:06 pm
সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

August 19, 2025 12:37 pm
চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

August 19, 2025 11:39 am
বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

August 19, 2025 1:06 pm
সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

August 19, 2025 12:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd