• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সেনা সাজু : পাক অধিকৃত কাশ্মীৰ ভাৰতে দখল কৰা সন্দৰ্ভত কি ক’লে সেনাৰ মুৰব্বীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2019 5:34 pm
bipin_rawat_3_1568285825_618x347

ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাট। ফাইল ফটো

2.5k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানে অবৈধভাৱে দখল কৰি ৰখা জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ বক্তব্যৰ পাছত ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটে দিছে এক গুৰুত্বপূৰ্ণ ইংগিত।

সেনাৰ মুৰব্বী গৰাকীয়ে এই সন্দৰ্ভত সিদ্ধান্ত চৰকাৰে ল’ব লাগিব বুলি উল্লেখ কৰি কয় যে দেশৰ সংস্থাসমূহে চৰকাৰৰ আদেশ অনুসৰিয়েই কাম কৰে।

তেওঁ লগতে কয় যে সেনা যিকোনো আদেশ তথা অভিযানৰ বাবে সদায় সাজু আছে।

উল্লেখযোগ্য যে জিতেন্দ্ৰ সিঙে তেওঁ বক্তৱ্যত কৈছিল যে পৰৱৰ্তী কাৰ্যসূচী হৈছে পাক্ অধিকৃত কাশ্মীৰক পুনৰ হাতলৈ অনাটো।

মোদী চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ আটাইতকৈ ডাঙৰ কৃতিত্বৰ কথা ক’বলৈ গৈ তেওঁ কৈছিল যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী হৈছে পাকিস্তানৰ দখলত থকা কাশ্মীৰক ভাৰতৰ অভিন্ন অংগ কৰি তোলা।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয়,’’এয়া কেৱল মোৰ বা আমাৰ দলৰ প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ ১৯৯৪’ত পি ভি নৰসিংহ ৰাও নেতৃত্বৰ তৎকালীন কংগ্ৰেছ চৰকাৰৰ দ্বাৰা সৰ্বসন্মতি সাপেক্ষে গ্ৰহণ কৰা সংকল্পও।‘’

সংবিধান অনুচ্ছেদ ৩৭০’ৰ বেছিভাগ ব্যৱস্থা সমাপ্ত কৰাৰ পাছত পাকিস্তানৰ ফালৰ পৰা চলোৱা অপপ্ৰচাৰ সন্দৰ্ভত সিঙে কয় যে বিশ্বৰ স্থিতি বৰ্তমান ভাৰতৰ অনুকুলে আছে।

তেওঁ কয়,’’কিছুমান দেশৰ স্থিতি ভাৰতৰ সপক্ষে নাছিল, এতিয়া তেওঁলোকেও আমাৰ স্থিতিৰ সৈতে সহমত পোষণ কৰিছে।‘’

ইয়াৰ মাজতে সেনাৰ মুৰব্বী গৰাকীয়ে কয় যে পাক্ অধিকৃত কাশ্মীৰ সন্দৰ্ভত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে সেনা বাহিনীয়ে সেই অনুসৰিয়েই কাম কৰিব।

সেনাৰ প্ৰস্তুতি সম্পৰ্কত সেনা মুৰব্বীগৰাকীয়ে কয় যে চৰকাৰৰ যিকোনো অভিযানৰ বাবে সেনা সম্পূৰ্ণ সাজু আছে।

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd