• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেনা সাজু : পাক অধিকৃত কাশ্মীৰ ভাৰতে দখল কৰা সন্দৰ্ভত কি ক’লে সেনাৰ মুৰব্বীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2019 5:34 pm
bipin_rawat_3_1568285825_618x347

ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাট। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানে অবৈধভাৱে দখল কৰি ৰখা জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ বক্তব্যৰ পাছত ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটে দিছে এক গুৰুত্বপূৰ্ণ ইংগিত।

সেনাৰ মুৰব্বী গৰাকীয়ে এই সন্দৰ্ভত সিদ্ধান্ত চৰকাৰে ল’ব লাগিব বুলি উল্লেখ কৰি কয় যে দেশৰ সংস্থাসমূহে চৰকাৰৰ আদেশ অনুসৰিয়েই কাম কৰে।

Apply Now

তেওঁ লগতে কয় যে সেনা যিকোনো আদেশ তথা অভিযানৰ বাবে সদায় সাজু আছে।

উল্লেখযোগ্য যে জিতেন্দ্ৰ সিঙে তেওঁ বক্তৱ্যত কৈছিল যে পৰৱৰ্তী কাৰ্যসূচী হৈছে পাক্ অধিকৃত কাশ্মীৰক পুনৰ হাতলৈ অনাটো।

মোদী চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ আটাইতকৈ ডাঙৰ কৃতিত্বৰ কথা ক’বলৈ গৈ তেওঁ কৈছিল যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী হৈছে পাকিস্তানৰ দখলত থকা কাশ্মীৰক ভাৰতৰ অভিন্ন অংগ কৰি তোলা।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয়,’’এয়া কেৱল মোৰ বা আমাৰ দলৰ প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ ১৯৯৪’ত পি ভি নৰসিংহ ৰাও নেতৃত্বৰ তৎকালীন কংগ্ৰেছ চৰকাৰৰ দ্বাৰা সৰ্বসন্মতি সাপেক্ষে গ্ৰহণ কৰা সংকল্পও।‘’

সংবিধান অনুচ্ছেদ ৩৭০’ৰ বেছিভাগ ব্যৱস্থা সমাপ্ত কৰাৰ পাছত পাকিস্তানৰ ফালৰ পৰা চলোৱা অপপ্ৰচাৰ সন্দৰ্ভত সিঙে কয় যে বিশ্বৰ স্থিতি বৰ্তমান ভাৰতৰ অনুকুলে আছে।

তেওঁ কয়,’’কিছুমান দেশৰ স্থিতি ভাৰতৰ সপক্ষে নাছিল, এতিয়া তেওঁলোকেও আমাৰ স্থিতিৰ সৈতে সহমত পোষণ কৰিছে।‘’

ইয়াৰ মাজতে সেনাৰ মুৰব্বী গৰাকীয়ে কয় যে পাক্ অধিকৃত কাশ্মীৰ সন্দৰ্ভত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে সেনা বাহিনীয়ে সেই অনুসৰিয়েই কাম কৰিব।

সেনাৰ প্ৰস্তুতি সম্পৰ্কত সেনা মুৰব্বীগৰাকীয়ে কয় যে চৰকাৰৰ যিকোনো অভিযানৰ বাবে সেনা সম্পূৰ্ণ সাজু আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd