• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ উঃ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত অভিযুক্ত অৰ্ণৱ গোস্বামী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2020 8:36 am
arnab-goswami-2342020m
5.8k
VIEWS
Share on FacebookShare on Twitter

আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী।

যোৱা ১৪ এপ্ৰিলত মুম্বাইৰ বাণ্ড্ৰাত সমবেত হোৱা বৰ্হি ৰাজ্যৰ শ্ৰমিকসকলক লৈ অৰ্ণৱ গোস্বামীয়ে নিজৰ টিভিৰ টক শ্ব’ত সাম্প্ৰদায়িক ৰং দিয়াৰ অপচেষ্টা কৰা বুলি তেওঁৰ বিৰু্দ্ধে মুম্বাই আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছিল।

ইতিমধ্যে মুম্বাই আৰক্ষীয়ে এই এজাহাৰ ভিত্তিত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আৰক্ষী থানালৈ গোস্বামীক তলক কৰি মৰাথান জেৰাও চলাইছিল।

সাংবাদিক অৰ্ণৱ গোস্বামীয়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ কৰিছে।

গোস্বামীয়ে ‘এজাহাৰখন ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ আৰু এই সংক্ৰান্তত মুম্বাই আৰক্ষীৰ ব্যৱহাৰ ‘ইল-উইল এণ্ড মেলিক টুৱাৰ্ড’ বুলি দাবী কৰিছে।

উল্লেখ্য অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে উক্ত টক শ্ব’ত মুছলমান বিদ্বেষ আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগল তুলি এজাহাৰ দাখিল কৰিছিল ৰাজা এডুকেশ্যনেল চ’ছাইটিৰ সচিব ইৰফান আবুবকৰ শ্বেইখে।

আনহাতে ইতিমধ্যে মুম্বাই পালঘৰ গণ প্ৰহাৰ কাণ্ডকলৈ নিজৰ টিভিৰ টক শ্ব’ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই এজাহাৰ দাখিল কৰিছিল।

এই সংক্ৰান্তত অৰ্ণৱ গোস্বামীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত তিনি সপ্তাহৰ বাবে সকাহ লাভ কৰিছিল।

Recent News

বিদ্যালয়ৰ কাষত আছে মন্দিৰ, মধ্যাহ্ন ভোজনত কণী দিয়াত বাধা

বিদ্যালয়ৰ কাষত আছে মন্দিৰ, মধ্যাহ্ন ভোজনত কণী দিয়াত বাধা

পুনৰ বিতৰ্কৰ মাজত এনচিইআৰটি! অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত আহোম শাসন ব্যৱস্থাক বিকৃত ৰূপত উপস্থাপন

পুনৰ বিতৰ্কৰ মাজত এনচিইআৰটি! অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত আহোম শাসন ব্যৱস্থাক বিকৃত ৰূপত উপস্থাপন

যৌন সন্তুষ্টি দিব নোৱাৰাৰ বাবে স্বামীক হত্যা কৰিলে পত্নীয়ে!

যৌন সন্তুষ্টি দিব নোৱাৰাৰ বাবে স্বামীক হত্যা কৰিলে পত্নীয়ে!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd