• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ বিতৰ্কৰ মাজত এনচিইআৰটি! অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত আহোম শাসন ব্যৱস্থাক বিকৃত ৰূপত উপস্থাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2025 12:43 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমু কৈ এনচিইআৰটি পাঠ্যক্ৰমত ভুল তথ্য সন্নিবিষ্ট কৰি পুনৰ এবাৰ বিতৰ্কৰ মজত সোমাই পৰিছে। এনচিইআৰটিৰ দ্বাৰা প্ৰৱৰ্তন কৰা অষ্টম শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিৰ ‘ট্ৰাইবছ, নোমাডছ এণ্ড চেটলড কমিউনিটিজ’ অধ্যায়ত বহুকেটা তথ্য ভুল ৰূপত উপস্থাপন কৰা পৰিলক্ষিত হৈছে।

আহোম শাসন ব্যস্থাক বিকৃত ৰূপত প্ৰকশ কৰা বাবে এনচিইআৰটি অসমৰ শিক্ষাবিদ তথা ইতিহাসবিদসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। পাঠ্যপুথিখনত ৬০০ বছৰৰো অধিক সময় অসমত শাসন কৰা আহোম শাসানৰ কথা সংযোগ কৰিছে যদিও বিশেষজ্ঞসকলে ভুল ৰূপত উপাস্থাপন কৰা বাবে অসন্তুস প্ৰকাশ কৰিছে। পূৰ্বতে আওকাণ কৰা অসমৰ ইতিহাসক স্বীকৃতি প্ৰদানৰ দিশত ই গুৰুত্বপূৰ্ণ হ’লেও, এই ভুলবোৰে উদ্বেগৰ সৃষ্টি কাৰিছে।

Apply Now

পঠ্যপুঠি খনত বিশেজ্ঞসোকোলে আঙুলিয়াই দিয়া গুৰুত্বপূৰ্ণ দিশটো হ’ল আহোমসকল বৰ্তমানৰ ম্যানমাৰৰ পৰা আহিছিল বুলি কৰা দাবী। পাঠ্যপুঠি খনত উল্লেখ কৰা এই দবী খণ্ডন কৰি যে ঐতিহাসিক তথ্য অনুসৰি তেওঁলোক চীনৰ ইউনান প্ৰদেশৰ মুং মাওৰ পৰা আহিছিল।

পাঠ্যপুথিখনত আহোম শাসন ব্যৱস্থাৰ প্ৰশাসনিক আৰু সামৰিক গাঁথনি পাইক প্ৰথাক বুলি ভুলকৈ প্ৰকাশ কৰিছে। বিশেষজ্ঞ সকলে স্পষ্ট কৰি দিছে যে ই এনে এক ব্যৱস্থা য’ত ব্যক্তিয়ে মাটি লাভ কৰিছিল আৰু শোষণৰ ভিত্তিত নহয়, যোগ্যতাৰ ভিত্তিত ওপৰলৈ উঠিব পাৰিছিল।

পাঠ্যপুঠি খনত পৰিলক্ষিত আন এট ত্ৰুটি হ’ল আহোম-মোগল সংঘাত, বিশেষকৈ ১৬৬৩ চনৰ ঘিলাঝাৰিঘাট সন্ধিক আহোমৰ বাবে পৰাজয় হিচাপে অতি সৰলীকৰণ কৰা একপক্ষিয় ভাবে উপস্থাপন। ইতিহাসবিদসকলে যুক্তি আগবঢ়ায় যে আহোমোৰ এই পৰাজয়ৰ আঁৰত পুনৰ গোট খোৱাৰ কৌশলগত পদক্ষেপ আছিল, আৰু আহোমসকলে পিছলৈ মোগলক খেদি পঠিয়াইছিল।

ইয়াৰোপৰি ক্ৰীড়া ব্যৱস্থা, ৰংঘৰ, তলাতঘৰ, শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ বিজয়ৰ দৰে গুৰুত্বপূৰ্ণ সবিশেষ বাদ পৰাত বিশেষজ্ঞসকলো বিচলিত হৈ পৰিছে। এই ভুলসমূহ শুধৰণি কৰি আহোমৰ উত্তৰাধিকাৰ সঠিকভাৱে উপস্থাপন কৰিবলৈ আঞ্চলিক ইতিহাসবিদসকলৰ সৈতে পৰামৰ্শ কৰিবলৈ এনচিইআৰটিক আহ্বান জনাইছে।

উল্লেখ্য যে এনচিইআৰটিৰ পাঠ্যপুথিত এনে ধৰণৰ ত্ৰুটি সহজ হৈ পৰিছে। সংস্থাটোৰ এনে স্থিতিয়ে এতিয়া সচেতন মহলৰ মজত উদ্বেগৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd