• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৱা অহা এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ বিভিন্ন বাট-পথ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 14, 2019 11:32 am
Artificial Flood

ফটো : নৰ্থ-ইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা অহা এজাক বৰষুণত পুনৰ কৃত্ৰিম বানত বুৰ গ’ল গুৱাহাটী মহানগৰ। মহানগৰীৰ যোৰাবাট, খানাপাৰা, মথুৰানগৰ, গণেশগুৰি-লালগণেশ সংযোগী পথ, খ্ৰিষ্টানবস্তি, এ বি চি, অনিলনগৰ, নবিননগৰ ইত্যাদি অঞ্চলত পুৱাৰ এজাক বৰষুণতে বুৰ যায়।

স্মাৰ্ট চিটী হিচাপে গুৱাহাটী মহানগৰক গঢ় দিবলৈ প্ৰয়াস কৰা পৰিৱৰ্তনকামী চৰকাৰে কৃত্ৰিম বানপানীক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল যদিও এইক্ষেত্ৰত কোনো পৰিৱৰ্তন আনিব পৰা নাই বিজেপি চৰকাৰে। যাৰ বাবে এতিয়া ক্ষুভিত হৈ পৰিছে মহানগৰবাসী।

বহুবছৰ ধৰি কৃত্ৰিম বানৰ কবলত ভুগি অহা মহানগৰৰ অনিলনগৰ নিবাসী প্ৰশান্ত বৰ্মনে ক্ষোভ প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওৰ আগত কয় “মাত্ৰ ৪৫ মিনিটৰ বৰষুণতে ফুটপাথৰ ওপৰলৈকে পানী উঠিছে। এয়াই আছিল নেকি পৰিৱৰ্তন?”

আনহাতে,পথৰ কাষত থকা নলা-নৰ্দামা সমূহ চাফা নকৰা বুলি গুৱাহাটী পৌৰ নিগমৰ ওপৰত অভিযোগ আনি ইয়াৰ বাবেই কৃত্ৰিম বানপানীৰ সমস্যা দেখা গ’ল বুলি আন এগৰাকী লোকে মন্তব্য কৰে।

ইপিনে, খানাপাৰাৰ পৰা নমাইললৈকে ভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কৃত্ৰিম বানপানী হোৱাৰ ফলত এই পথেদি চলাচল কৰা যান-বাহন সমূহৰ চালকৰ লগতে যাত্ৰী সকলো কিছু সময়ৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

বৰষুণ দিয়াৰ ফলত জাৱৰ ভৰ্তি নলা সমূহেৰে পানী সৰকি যাব নোৱাৰাৰ বাবে ঘাই পথৰ ওপৰতে এনেদৰে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

অৱশ্যে, মহানগৰীত বাৰিষাৰ দিনকেইটাত কৃত্ৰিম বানপানী কোনো নতুন সমস্যা নহয়। বছৰ বছৰ ধৰি মহানগৰবাসীয়ে কৃত্ৰিম বানপানীত জীয়াতু ভুগিবলগীয়া হৈ আহিছে যদিও এই পৰ্যন্ত কোনো এখন চৰকাৰে ইয়াৰ স্থায়ী সমাধান সম্ভৱ কৰিব পৰা নাই।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd