• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনে ‘অপহৰণ’ কৰা পাঁচ ব্যক্তিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অৰুণাচল আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2020 7:45 am
Story-1-22-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

552
VIEWS
Share on FacebookShare on Twitter

চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিয়ে (পিএলএ)পাঁচ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগৰ ঘটনাৰ এক তদন্ত আৰম্ভ কৰিছে অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে।

অবিযোগ অনুসৰি, এই অপহৰণৰ ঘটনা শুকুৰবাৰে উজনি সোৱণশিৰি জিলাৰ নেচো এলেকাত সংঘটিত হৈছিল।

পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে, ইণ্ডো-চীন সীমান্তৰ জিলাৰ এখন হাবিলৈ চিকাৰৰ বাবে যোৱা ব্যক্তি পাঁচগৰাকীক পিএলএই অপহৰণ কৰিছিল।

দলটোত থকা দুগৰাকীয়ে কোনোমতে পলাই আহিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে আহি আৰক্ষীক ঘটনাটো সম্পৰ্কে জনাইছিল।

উজনি সোৱণশিৰিৰ আৰক্ষী অধীক্ষক টাৰু গুছাৰে ঘটনাটোৰ সত্যতা নিৰূপনৰ বাবে উক্ত এলেকাটোলৈ আৰক্ষী বিষয়া প্ৰেৰণ কৰা বুলি জানিব দিয়ে।

অৱশ্যে, দেওবাৰে পুৱাৰ ভাগতহে ইয়াৰ সৱিশেষ পোৱা যাব বুলি গুছাৰে জানিবলৈ দিয়ে।

অভিযোগ অনুসৰি অপহৃত ব্যক্তিকেইজনক টচ ছিংকাম, প্ৰছাট ৰিংলিং, ডংটু এবিয়া আৰু নাগাৰু ডিৰি বুলি চিনাক্ত কৰা হৈছে।

এওলোক আটাইকেইজনেই টাগিন সম্প্ৰদায়ৰ লোক।

Recent News

এই ৭ টা খাদ্য কেতিয়াও আপোনাৰ কেঁচুৱাক নিদিব! কি কি আছে এই তালিকাত?

এই ৭ টা খাদ্য কেতিয়াও আপোনাৰ কেঁচুৱাক নিদিব! কি কি আছে এই তালিকাত?

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd