• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুবছৰীয়া শিশুকে ধৰি অৰুণাচলত নতুনকৈ ৩৩ গৰাকী লোক কোভিড-১৯ প’জিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 6:09 pm
COVID19-positive-750x375-1

প্ৰতিনিধিত্বমূলক ফটো।

53.6k
VIEWS
Share on FacebookShare on Twitter

দুবছৰীয়া এগৰাকী শিশুকে ধৰি ৩৩ গৰাকী লোক অৰুণাচল প্ৰদেশত নতুনকৈ কোভিড-১৯ প’জিটিভ হিচাপে চিনাক্ত হৈছে।

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই শনিবাৰে এই কথা উল্লেখ কৰে।

ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৩৩ গৰাকী লোকৰ ভিতৰত ২৮ গৰাকী লোক কেপিটেল কম্প্লেক্সৰ আনহাতে তিনিগৰাকী লোক চাংগাঙ জিলাৰ আৰু দুগৰাকী নামচাইৰ।

অৰুণাচলপ্ৰদেশৰ ৰাজ্যিক নিৰীক্ষণ বিষয়া ড০ এল জাম্মাই শনিবাৰে ৰাজ্যখনত এতিয়ালৈ দ্বিতীয় সৰ্বাধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিয়ে।

৩ জুলাইত ৰাজ্যখনত ৩৭ গৰাকী লোক কোভিড-১৯ প’জিটিভ হিচাপে চিনাক্ত হৈছিল।

নাহৰলগুণৰ ই-চেক্টৰ কম্প্লেক্স ৰ এটা অট্টালিকাৰ একেলগে ১৪ গৰাকী লোক ক’ৰ’না পজিটিভ হোৱাৰ বিপৰীতে এই লোক সকলৰ সংস্পৰ্শলৈ অহা অন্য এটা অট্টালিকাৰ ১১ গৰাকী লোক পৰৱৰ্তী সময়ত কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হয়।

বৰ্তমান অৰুণাচল প্ৰদেশৰ বিভিন্ন চিকিৎসালয়ত মুঠ ২১৩ গৰাকী ক’ৰ’না আক্ৰান্ত লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১২০ গৰাকী লোক এতিয়ালৈ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

আনহাতে, ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণত দুগৰাকী লোকৰ মৃত্যু ঘটিছে।

Recent News

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd