• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাটত হাৰাশাস্তিৰ সন্মুখীন কেজৰিৱাল! বদোদৰা বিমানবন্দৰত বিজেপি কৰ্মীৰ গালি-গালাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2022 6:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত বিজেপি কৰ্মীসকলে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। মঙলবাৰে আম আদমী পাৰ্টিৰ মুৰব্বী কেজৰিৱাল গুজৰাটৰ বদোদৰা বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে বিজেপি কৰ্মীসকলে ‘মোডী মোডী’ শ্ল’গান দি তেওঁক গালি-গালাজ কৰাৰ অভিযোগ কৰা হৈছে।

বিজেপি কৰ্মীসকলৰ শ্ল’গানৰ প্ৰতিক্ৰিয়া স্বৰূপে বদোদৰা বিমানবন্দৰলৈ অহা আপ নেতা আৰু কৰ্মীসকলে ওলোটাই প্ৰতিবাদী শ্ল’গান দিয়াৰ ফলত বিমানবন্দৰ চৌহদত সাময়িক উত্তেজনাৰ সৃষ্টি হয়। অৱশেষত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।

লগতে পঢ়ক: মোডী মন্ত্ৰীসভাৰ সদস্য নাৰায়ণ ৰাণেৰ ঘৰৰ অবৈধ অংশ দুসপ্তাহৰ ভিতৰত ভঙাৰ নিৰ্দেশ বোম্বাই উচ্চ ন্যায়ালয়ৰ

বদোদৰা চহৰত এক দলীয় সভাত কেজৰিৱালে অভিযোগ কৰে যে বিজেপি শাসিত গুজৰাটৰ প্ৰশাসনে তেওঁলোকক সভা-বৈঠক অনুষ্ঠিত কৰাত বাধা দিছে।

তেওঁ কয়,”আমাৰ সভা আৰু বৈঠকত অনুমতি নিদিবলৈ ভূমি, হল আৰু অতিথিশালাৰ কমেও ১৩ গৰাকী মালিকক ভাবুকি দিয়া হৈছে।”

গুজৰাটৰ বিধানসভা নিৰ্বাচন এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে কেজৰিৱালে মোডীৰ ৰাজ্যলৈ ধাৰাবাহিক ভ্ৰমণ আৰম্ভ কৰিছে। তেওঁ দাবী কৰে যে গুজৰাটক তিনি দশকৰ বিজেপি আৰু কংগ্ৰেছ প্ৰভাৱৰ পৰা মুক্ত কৰা হ’ব।  গেৰুৱা শিবিৰৰ সৈতে আপৰ পোনপটীয়া যুঁজ হ’ব।

লগতে পঢ়ক: Actress Suicide: ফ্লেটৰ পৰা উদ্ধাৰ জনপ্ৰিয় অভিনেত্ৰীৰ মৃতদেহ; পোৱা গৈছে ছুইচাইড নোট

কেজৰিৱালে কয়, “যদি আপ শাসনলৈ আহে গুজৰাটত অবৈধ সুৰাৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনিখন পুনৰ আৰম্ভ কৰা হ’ব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd