NORTHEAST NOW (Assamese)

সাত দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কেজৰিৱালক

March 22, 2024 8:40 pm · এন ই নাও নিউজ, গুৱাহাটী

সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত বৃ্হস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি আদালতে ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

আদালতৰ ৰায় অনুসৰি, অহা ২৮ মাৰ্চলৈকে তদন্ত সংস্থাটোৰ জিম্মাত থাকিব আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকী।

Related News