• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঘাতৰ বাবে বাহিৰ হ’ল অক্ষৰ, বিশ্বকাপৰ চূড়ান্ত দলত সোমাল অশ্বিন

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 29, 2023 8:27 am
979
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপৰ পূৰ্বে অক্ষৰ পেটেল আৰু আঘাতৰ পৰা সুস্থ হৈ উঠিব নোৱাৰিব। সেয়ে শেষ মুহূৰ্তত ৰবিচন্দ্ৰন অশ্বিনে বিশ্বকাপৰ ১৫ জনীয়া চূড়ান্ত দলত স্থান লাভ কৰিলে।

এছিয়া কাপৰ দলত অশ্বিন নাছিল। কিন্তু অক্ষৰ আছিল। সেই প্ৰতিযোগিতাত বাংলাদেশৰ বিৰুদ্ধে খেলখনত আঘাতপ্ৰাপ্ত হৈছিল অক্ষৰ। যাৰ পৰা তেওঁ এতিয়াও সুস্থ হৈ উঠা নাই।

ইপিনে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত অশ্বিনক সুযোগ দিয়া হৈছিল। ডেৰ বছৰতকৈ অধিক সময়ৰ অন্তত এদিনীয়ালৈ ঘূৰি অহা অশ্বিনে দুখন মেচত ৪টা উইকেট দখল কৰে।

লগতে পঢ়কঃ World Heart Day 2023: কম বয়সতে হাৰ্ট এটেকৰ আঁৰত এটা ডাঙৰ ৰোগ! কি কয় চিকিৎসকে?

এতিয়া তেওঁ আহিল বিশ্বকাপৰ দললৈ। দলটোত আছে জাদেজা আৰু কুলদীপৰ দৰে বাওঁহতীয়া দুজন স্পিনাৰ। সোঁহতীয়া স্পিনাৰ অশ্বিনৰ সংযোজনে দলটোত বৈচিত্ৰ্যতা আনিব।

ইয়াৰ পূৰ্বে অশ্বিনে ২০১১ আৰু ২০১৫ চনৰ বিশ্বকাপত খেলিছিল। এয়া তেওঁৰ তৃতীয়টো বিশ্বকাপ হ’বলৈ গৈ আছে। এক বিবৃতিত আইচিচিয়ে কয়, ‘অক্ষৰ পেটেলৰ ঠাইত ভাৰতে চূড়ান্ত দলত অশ্বিনক স্থান দিছে। বাংলাদেশৰ খেলখনত আঘাতপ্ৰাপ্ত হয় অক্ষৰ। তেওঁ বিশ্বকাপৰ পূৰ্বে সুস্থা হৈ নুঠিব।

উল্লেখ্য় যে বৃহস্পতিবাৰে আছিল চূড়ান্ত দল ঘোষণা কৰাৰ শেষ দিন। একেবাৰে শেষ মুহূৰ্তত ভাৰতে দলটোত এই পৰিৱৰ্তন ঘটালে।

লগতে পঢ়কঃ অৱশেষত বিজ্ঞানীসকলে বিচাৰি পালে হেৰাই যোৱা সেই অষ্টম ‘মহাদেশ’ৰ সন্ধান!

১৫ জনীয়া ভাৰতীয় দলটো হ’ল- ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (সহ অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, লোকেশ ৰাহুল, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, মহম্মদ ছামী, ৰবিচন্দ্ৰন অশ্বিন, ঈশান কিষাণ, সূৰ্য্যকুমাৰ যাদৱ।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd