• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2021 7:26 pm
index-12-750x376
371
VIEWS
Share on FacebookShare on Twitter

গৃহ কন্দলত জৰ্জৰিত অসম গণ পৰিষদে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিছে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।

দেওবাৰে প্ৰকাশ কৰা তালিকা অনুসৰি দলটোৱে প্ৰত্যাশিতভাৱে তেজপুৰত বৃন্দাবন গোস্বামীক বঞ্চিত কৰি প্ৰাৰ্থীত্ব প্ৰদান কৰিছে পৃথিৰাজ ৰাভাক। উল্লেখ্য যে পৃথিৰাজ ৰাভা হৈছে  বিপ্লৱা বিষ্ণু ৰাভা প্ৰসাদ ৰাভাৰ পুত্ৰ।

অসম গণ পৰিষদৰ প্ৰথম পৰ্যায়ৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱা অনুসৰি বোকাখাতত সভাপতি তথা মন্ত্ৰী অতুল বৰা, কলিয়াবৰত কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত প্ৰতিদ্বন্দ্বিতা কৰিব।

ইফালে টীয়ক ৰেণুপমা ৰাজখোৱা, আমগুৰি প্ৰদীপ হাজৰিকা, চাবুৱা পোনাকণ বৰুৱা, নাওবৈছা জয়ন্ত খাউণ্ডে প্ৰাৰ্থীত্ব লাভ কৰিছে।

উল্লেখ্য যে দেওবাৰে অৰ্থাৎ আজি অগপত যোগদান কৰিছিল পৃথ্বিৰাজে ৰাভাই।

Recent News

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

মৰিগাঁও আদালতৰ ঐতিহাসিক ৰায়: POCSO আইনৰ অধীনত অপৰাধীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড

মৰিগাঁও আদালতৰ ঐতিহাসিক ৰায়: POCSO আইনৰ অধীনত অপৰাধীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd