• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱ অধিকাৰ কৰ্মী, সাহিত্যিক, সাংবাদিককে ধৰি চাৰি গৰাকী বৰেণ্য ব্যক্তিলৈ অসম সত্ৰ মহাসভাৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2021 10:41 am
WhatsApp Image 2021-03-17 at 11.58.32 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৩ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ ছমৰীয়া সত্ৰত অসম সত্ৰ মহাসভাৰ উদ্যোগত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ হেতু  “সেতুবন্ধ২০২১” অনুষ্ঠিত হৈ যায়।

১৬ মাৰ্চৰ বিয়লি অসম সত্ৰ মহাসভাৰ সেতুবন্ধ কাৰ্যসূচীৰ মূল সভাৰ এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  অসমৰ চাৰিজনকৈ বৰেণ্য ব্যক্তিক ভিন্ন দিশ সামৰি বঁটা  প্ৰদান কৰা হয়।

অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মূল সভাৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্তই।

উক্ত কাৰ্যসূচী উদ্বোধন কৰে সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি লীলাকান্ত মহন্তই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰবা সত্ৰৰ সত্ৰাধিকাৰ দেৱনন্দ দেৱ গোস্বামী।

চৰণ নাৰ্জাৰী,পুৰুষত্বম উপাধ্যায়, মিলেশ্বৰ পাতৰ আদি বিশিষ্ট লোক সকলৰ উপস্থিতিত সন্ধিয়া ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ শতাধিক সন্মান, বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াক “সেতুবন্ধ মানৱ সেৱা বঁটা২০২১”, লেখক ,সাহিত্যক, অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীক “সেতুবন্ধ সাহিত্য বঁটা২০২১” সাংবাদিক কুঞ্জ মোহন ৰায়ক “সেতুবন্ধ সংবাদ বান্ধৱ বঁটা২০২১” সত্ৰীয়া শিল্পী কৃষ্ণ গোস্বামীক “সেতুবন্ধ সত্ৰীয়া শিল্প গৱেষণা বঁটা২০২১” প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে বঁটা প্ৰদান অনুষ্ঠানৰ এক আবেগিক মূহূৰ্তৰৰ সাক্ষী হয় উপস্থিত গণ্য-মান্যৰ লগতে সাধাৰণ ৰাইজ।

বঁটা প্ৰাপক  ডঃ দিব্যজ্যোতি শইকীয়া উক্ত অনুষ্ঠানত উপস্থিত থকা স্বত্বেও তেওঁ তেওঁৰ মাতৃক বঁটা গ্ৰহণ কৰিবলৈ দিয়ে।

বঁটা গ্ৰহণ কৰি ডঃ শইকীয়াই সন্মান তথা বঁটাই আমাক অধিক কাম কৰাৰ বাবে দায়িত্ব প্ৰদানৰ লগতে প্ৰেৰণা দিয়ে বুলি উল্লেখ কৰাৰ লগতে কয় যে মোৰ মাতৃয়ে কোনো দিনে ঘৰুৱা কামত হেঁচা প্ৰয়োগ নকৰে। মানুহৰ তথা সামাজিক কামৰ বাবে বাধা প্ৰদান কৰাৰ পৰিবৰ্তে তেওঁ দেশ, সমাজ তথা মানৱ জাতিৰ সেৱাৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd