• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ ITচেলক প্ৰত্যাহ্বান জনাই জুবিনৰ নেতৃত্বত ‘প্ৰচাৰ যুদ্ধ’ৰ বাবে সাজু শিল্পী সমাজ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2020 2:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ আই টি চেলক প্ৰত্যাহ্বান জনাবলৈ ৰাজ্যৰ শিল্পী সমাজে আজি ‘কা’ বিৰোধী ৱেবছাইট আৰু ফে’চবুক পেইজ মুকলি কৰে।

জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা, গৰিমা শইকীয়া গাৰ্গ আৰু মানস ৰবীনৰ উপস্থিতিত গুৱাহাটী প্ৰেছ ক্লাবত assamagainstcaa.in ৱেবছাইট আৰু Assam against CAA নামৰ ফে’চবুক পেইজ মুকলি কৰা হয়।

জুবিন গাৰ্গ : উক্ত ৱেবচাইত ‘কা’ আন্দোলনৰ ফটো, ভিডিও ইত্যাদি সকলো তথ্য পোৱা যাব। ৰাজনৈতিক বিকল্পৰ বিষয় স্থগিত ৰখা হৈছে। মূল উদ্দেশ্য এতিয়া ‘কা’ বাতিল। ৰাইজে সিদ্ধান্ত ল’ব কাক ভোট দিব। ফিল্ম ফেয়াৰ, স্পৰ্ষ্ট বেলেগ বস্তু, ‘কা’ বিৰোধী আন্দোলনো বেলেগ। এই ৱেবচাইটৰ জৰিয়তে সকলোৰে মাজত যোগসূত্ৰ স্থাপন কৰা হ’ব।

বৰষাৰাণী বিষয়া : ‘কা’ৰ বিৰুদ্ধে অসমত হোৱা আন্দোলন অন্যান্য ৰাজ্য বা বিশ্ব স্তৰত social মিডিয়াৰ জৰিয়তে বিয়পোৱাৰ বাবে এই প্ৰচেষ্টা। শিল্পী সমাজৰ প্ৰচেষ্টাত সকলো অসমবাসীৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

ফিল্মফেয়াৰৰ দৰে অনুষ্ঠানে অসমক বিশ্ব দৰবাৰত পৰিচয় দাঙি ধৰিব। এই ক্ষেত্ৰত শিল্পী সমাজৰ প্ৰত্যেকৰে ভিন্ন মত হ’ব পাৰে। এই ক্ষেত্ৰত মই আগৰ স্থিতিতে আছো। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই ফিল্ম ফেয়াৰত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছোঁ।

গৰিমা শইকীয়া গাৰ্গ : অহিংসাৰ মাধ্যমেৰে আন্দোলন কৰা হৈছিল যদিও বিশ্বৰ আগত ইয়াক বিৰূপ ৰূপত দেখুৱা হৈছিল। হেংদাং হাতত লোৱা মানে কাটি দুছেও কৰি ৰক্ত ক্ষয় কৰাৰ কথা কোৱা হোৱা নাছিল, কোৱা হৈছিল যুঁজলৈ যোৱাৰ কথাহে। সেয়েহে social মিডিয়াৰ ব্যৱস্থাটো লোৱা হৈছে যাতে শুদ্ধ ৰূপত ‘কা’ বিৰোধী আন্দোলন উপস্থাপন হয়। ‘কা’ প্ৰকৃততে কি সেই বিষয়েও ৱেবচাইটত উল্লেখ থাকিব।

ৰবি শৰ্মা : অসমৰ মানুহে কথা সোনকালে পাহৰে। যাতে কথাবোৰ নাপাহৰে তাৰ বাবে এই ৱেবছাইটত সকলো তথ্য সন্নিবিষ্ট কৰি ৰখা হ’ব আৰু সময়ে সময়ে সকলোৱে চাব পাৰিব। ৱেবচাইটতো মোবাইলতো উপলব্ধ হ’ব আৰু ‘কা’ৰ বিৰোধিতা কৰাসকলে পঞ্জীয়ন কৰিব পাৰিব। ‘কা’ বিৰোধী সকলো জনসাধাৰণক ইয়াৰ জৰিয়তে একত্ৰিত কৰা হ’ব। বিজেপিৰ আই টি চেলক প্ৰত্যুত্তৰ দিব পৰা যাব এই ব্যৱস্থাৰ জৰিয়তে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd