৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন
অহা ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন।
৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ এই অধিবেশন অনুষ্ঠিত হ’ব।
অসম বিধানসভাৰ সচিবালয়ে আজি বাজেট অধিবেশনৰ আনুষ্ঠানিক কাৰ্যসূচী প্ৰকাশ কৰিছে।
প্ৰকাশিত কাৰ্যসূচীখনত মূল বিষয়সমূহৰ ওপৰত আলোচনা, উপস্থাপন, আৰু বিতৰ্কৰ সূচীৰ ৰূপৰেখা দাঙি ধৰা হৈছে।