• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ অসম বন্ধ মোদী অহাৰ সময়তে!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 5, 2019 10:58 pm
assam Bandh

প্ৰতীকী ছবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণৰ দিনাই শনিবাৰে অসম বন্ধ আহ্বান কৰিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই।

জানিব পৰা মতে নাগৰিকত্ব বিধেয়ক বাতিল আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি অসমৰ ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত এই ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে টাই আহোম সংগঠনটোৱে।

প্ৰধান মন্ত্ৰীজনে উক্ত দিনা চাংসাৰিত নতুনকৈ স্থাপন কৰিবলৈ লোৱা এইমছৰ ভূমি পূজন অনুষ্ঠানত ভাগ লৈ জনসভাত অংশগ্ৰহণ কৰাৰ কথা।

ইয়াৰ পাছতে গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ২১৮৭ কোটি টকা ব্যয় সাপেক্ষ চাৰিলে’নযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰি গহপুৰত আন এক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে।

অসম ভ্ৰমণৰ পিছতে মোদী পোনে পোনে ত্ৰিপুৰালৈ উৰা মাৰিব।

Recent News

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd