• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলাদিত্যক ‘সীমা চেৰাই’ নাযাবলৈ সকীয়নি সভাপতি ৰঞ্জিত দাসৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 1, 2018 6:22 pm
633
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কেইবাটাও বঙালী সংগঠনে আহ্বান জনোৱা প্ৰস্তাৱিত গণ-সমাৱেশ পাতিবলৈ অসম চৰকাৰে অনুমতি নিদিয়ে বুলি আজি পুনৰ ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মাৰ্ঘেৰিটাত পৃষ্ঠাপ্ৰমুখ নিযুক্তি সভাত ভাগ লৈ দাসে প্ৰস্তাৱিত গণ-সমাৱেশ সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় তেওঁ এইদৰে কয়।

তদুপৰি এই প্ৰসংগতে তেওঁ বিধায়ক শিলাদিত্য দেবৰ বক্তব্যৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ এক শতাংশও সমৰ্থন নাই বুলি উল্লেখ কৰি শিলাদিত্যক বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ ইতিমধ্যে সকীয়াই দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে ‘ইয়াতকৈ যদি তেওঁ সীমা চেৰাই যায়’ তেন্তে তেওঁৰ বিৰুদ্ধে সংসদীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰা হ’ব।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটা সদৰ মণ্ডল আৰু ব্লক মণ্ডল সমিতিৰ উদ্যোগত তথা বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত মাৰ্ঘেৰিটা মহকুমাৰ ২১০ টা বুথৰ বাবে ২০ জনতকৈ অধিক ব্যক্তিক পৃষ্ঠা প্ৰমুখৰ দায়িত্ব অৰ্পণ কৰা হয় ৷

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, সাংসদ ৰামেশ্বৰ তেলীকে ধৰি বহুকেইজন ৰাজ্যিক নেতা তথা মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰায় ৩ হেজাৰো অধিক বিজেপিৰ নেতা সদস্য উপস্থিত থকা আজিৰ সভাত প্ৰায় ৫০ জন লোকে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে ৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd