বিধান সভাত দাখিলৰ পূৰ্বে চৰকাৰী ৱেবচাইটত ভাইৰেল বাজেট; বিনামূলীয়া বিজুলী আৰু কি কি আছে এই বাজেটত!

Assam Budget

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া অসম বিধান সভাত বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ অন্তিমখন পূৰ্ণাংগ বিত্তীয় বাজেট উত্থাপন কৰিব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া ২ বজাত বিধান সভাৰ মজিয়াত বাজেট উত্থাপন কৰাৰ কথা যদিও চৰকাৰী ৱেবচাইটত বাজেটখন বিধান সভাত উত্থাপন কৰাৰ পূৰ্বেই প্ৰকাশ পাইছে বুলি ঈশান নিউজ নামৰ ডিজিটেল সংবাদ মাধ্যমটোত বাতৰি প্ৰকাশ হৈছে।

চৰকাৰী ৱেবচাইটত ভাইৰেল হৈ পৰা বাজেটখনত তলত দিয়া দিশ সমূহ উল্লেখ আছে বুলি সংবাদ মাধ্যমটোৱে প্ৰকাশ কৰিছে-

অৱশ্যে বাজেটখন দাখিলৰ পূৰ্বে প্ৰকাশ হোৱা চৰকাৰী ৱেবচাইটটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে।