• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কলংকৰ দাগ! ফ্ৰীতে দিব বিচাৰে চৰকাৰে, তাৰ পিছতো কোনেও নলয় হিটলাৰৰ বন্ধু গ’বেলছৰ প্ৰাসাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2024 2:47 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডলফ হিটলাৰৰ সৈতে প্ৰায় একেলগে আলোচনা কৰা হয় তেওঁৰ প্ৰচাৰ সচিব জোচেফ গ’বেলছৰ নাম। তেওঁৰ সেই বিখ্যাত তত্ত্ব, `এটা মিছা বাৰে বাৰে কওক, সেই মিছাটোৱে সঁচা হৈ পৰিব।‘ হিটলাৰৰ ৰাজত্ব শেষ হোৱাৰ পাছত তেওঁৰ নেতাৰ সৈতে তেওঁৰ নামো মানুহৰ মনত সোমাই আছে।

তেওঁৰ নিষ্ঠুৰতা, ইহুদীসকলক নিঃশেষ কৰাৰ তেওঁৰ অপপ্ৰচাৰৰ যন্ত্ৰৰ বাবে তেওঁ এতিয়াও কুখ্যাত হৈও বিখ্যাত সমগ্ৰ বিশ্বতে। চৰকাৰে সেই গ’বেলছৰ ভিলাটো এতিয়া ফ্ৰীতে (বিনামূল্যে) দিব বিচাৰিছে। হ্ৰদৰ পাৰৰ ভিলাটোৰ নাজী যুগৰ কলংকিত ইতিহাস আছে।

হিটলাৰৰ ঘনিষ্ঠসকলৰ ভিতৰত অন্যতম আছিল জোচেফ গ’বেলছ। হিটলাৰে তেওঁক ৰেডিঅ’, টিভি, বাতৰি কাকতত নাজী চৰকাৰৰ প্ৰচাৰ কৌশল সৃষ্টি কৰাৰ দায়িত্ব দিছিল। গ’বেলছে সেই কামটোকে তেওঁৰ তত্ত্বাৱধানত আন এটা স্তৰলৈ লৈ গ’ল।

Apply Now

লগতে পঢ়কঃ ড্ৰাগছ সেৱন কৰোৱাই অষ্ট্ৰেলিয়াৰ মহিলা সাংসদক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

হ্ৰদৰ পাৰত থকা গ’বেলছৰ ১৭ হেক্টৰৰ ভিলাটো ১৯৩৬ চনত নিৰ্মাণ কৰা হৈছিল। ইয়াক বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান বাৰ্লিন চৰকাৰৰ মালিকানাধীন এই প্ৰাসাদ। নাজী যুগৰ ভয়ানক স্মৃতি আৰু ৰক্ষণাবেক্ষণৰ খৰচৰ বাবে চৰকাৰে আৰু ভিলাটো ৰাখিব নিবিচাৰে। বাৰ্লিনৰ বিত্তমন্ত্ৰী ষ্টেফান এভাৰছে সংবাদ মাধ্যমৰ আগত কয় যে কোনো ব্যক্তিয়ে এই ভিলাটো বিচাৰিলে উপহাৰ হিচাপে তেওঁক দিয়া হ’ব।

বিগত ২০০০ চনৰ পৰা সেই ভিলাটোত কোনেও নাথাকে। ৰক্ষণাবেক্ষণৰ অভাৱৰ বাবে বৰ্তমান ভিলাটোৰ অৱস্থা অতি বেয়া। দিনক দিনে ইয়াৰ অৱস্থা বেয়া হৈ আহিছে। কোনোবাই ভিলাটোৰ খিৰিকী আৰু দুৱাৰ খুলি লৈ গ’ল। ক’ৰবাত প্লাষ্টাৰবোৰ খহি পৰিছে।

এটা সময়ত চৰকাৰে ভিলাটো ল’ব, নহ’লে চুবুৰীয়া ৰাজ্য ব্ৰেণ্ডেনবাৰ্গে ল’ব বুলি চৰ্চা চলিছিল। কেতিয়াবা ব্যক্তিগত মালিককো দিয়াৰ কথা ওলাইছিল। কিন্তু এতিয়ালৈকে সেইবোৰ একো হোৱা নাই।

লগতে পঢ়কঃনৰেন্দ্ৰ মোদীয়ে কিয় গুজৰাটৰ পৰা নিৰ্বাচন নেখেলে? কাৰণ জনাই সৰৱ প্ৰিয়ংকা গান্ধী

এতিয়া চৰকাৰে সেইটো বিনামূলীয়াকৈ দিব বিচাৰিছে। কিন্তু ভিলাটো কোনেও ল’ব নিবিচাৰে। জানিব পৰা গৈছে যে কোনেও ল’ব নিবিচাৰিলে ভিলাটো ভাঙি পেলোৱা হ’ব পাৰে। কাৰণ সেইটো ইয়াৰ ৰক্ষণাবেক্ষণৰ খৰচতকৈ কম হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd