• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক কেবিনেটে আজি কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে? চাওক সিদ্ধান্তসমূহ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
March 7, 2022 2:35 pm
293
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এই ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ অন্তত তথ্য-জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই এক সংবাদমেল যোগে সিদ্ধান্তসমূহ সদৰী কৰে।

আজি লোৱা কেবিনেট সিদ্ধান্তসমূহ ক্ৰমে :

*অসমৰ পৰা “ৰাজহ নগৰ” শব্দটো নাইকিয়া হ’ব। যিসমূহ নগৰত পৌৰসভা নাই সেইসমূহক ৰাজহ নগৰ বুলি এতিয়াৰে পৰা ধৰা নহয়। উদাহৰণস্বৰূপে, শিলঘাট, কলিয়াবৰ, জাগীৰোড, ধূপধৰা, কৃষ্ণাই, পানীতোলা ইত্যাদি।

লগতে পঢ়ক: হাজো আৰক্ষীৰ জালত ৭ জনীয়া কুখ্যাত বাইক চোৰৰ গেং

*ৰাজহ নগৰ নাইকীয়া হোৱাৰ ফলত মাটিৰ প্ৰিমিয়ামৰ পৰিমাণ কমি যাব। প্ৰিমিয়াম বেছি হোৱাৰ কাৰণে বহু লোকে মাটিৰ পট্টা ল’ব পৰা নাছিল। যাৰ ফলত বাসিন্দাসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল।

*এই নগৰ সমূহত এতিয়াৰে পৰা পেৰিফেৰিয়েল এৰিয়া (সীমান্তৱৰ্তী অঞ্চল!) নাথাকিব।

*পঞ্চায়ত এলেকাৰ দোকানসমূহত আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে ট্ৰেড লাইচেন্স (বাণিজ্যিক অনুজ্ঞাপত্ৰ) নালাগে। স্কুল, দেশী-বিদেশী, সুৰাৰ বিপনী, নাৰ্চিং হোম, ইটা ভাটাৰ বাবে ট্ৰেড লাইচেন্স লাগিব।

*বিল্ডিং নিৰ্মাণৰ বাবেও পঞ্চায়তৰ পৰা অনুমতি ল’ব নালাগে।

*কোনো উদ্যোগৰ শ্ৰমিকসকলৰ এতিয়াৰে পৰা অনলাইন পঞ্জীয়ন থাকিব লাগিব।  ৪০ বছৰৰ ওপৰৰ সকলো শ্ৰমিকৰ বছৰেকীয়া স্বাস্থ্য পৰীক্ষা কৰিব লাগিব।

*শ্ৰমিকৰ সুৰক্ষাৰ বাবে ১০০ জনতকৈ অধিক শ্ৰমিক থকা কোম্পানীৰ একোখনকৈ কমিটি থাকিব লাগিব।

লগতে পঢ়ক:ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ৰাজধানী কিয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ

*পৌৰ নিগমৰ নিৰ্বাচন ই ভি এম মেচিনত হ’ব।

* বানপানী, ধুমুহা বা অন্য প্ৰাকৃতিক দুৰ্য্যোগৰ বাবে বাজেটত আগতীয়াকৈ ধন ধাৰ্য কৰা নহয়। কিন্তু কন্টিজেন্সি ফাণ্ডৰ (আকস্মিক প্ৰয়োজনীয়তা) বাবে ২০০ কোটিৰ পৰা ২০০০ কোটিলৈ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

Recent News

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd