DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজো আৰক্ষীৰ জালত ৭ জনীয়া কুখ্যাত বাইক চোৰৰ গেং

মৃদুল প্ৰীতম ডেকা, হাজো by মৃদুল প্ৰীতম ডেকা, হাজো
March 7, 2022 12:41 pm
হাজো আৰক্ষীৰ জালত ৭ জনীয়া কুখ্যাত বাইক চোৰৰ গেং
143
VIEWS
Share on FacebookShare on Twitter

এটাৰ পাছত আন এটাকৈ সফলতা লাভ কৰিছে হাজো আৰক্ষীয়ে। শেহতীয়াকৈ কিছুদিন ধৰি অপৰাধীৰ বিৰুদ্ধে কেইবাটাও সফল অভিযান চলাবলৈ সক্ষম হৈছে হাজো আৰক্ষী।

এইবাৰ হাজো আৰক্ষীৰ জালত পৰিছে এটা বাইক চোৰৰ গেং। হাজো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি হাজোৰ বুল্লুটত এটা অভিযান চলায়।

অভিযান কালত বুল্লুটৰ এটা ডেম্পত এ এছ-০১ ডি কে ৯১৪৮ নম্বৰৰ ৰয়েল এণ্ডভিল্ডৰ বাইক এখন টুকুৰা টুকুৰকৈ কাটি থকা অৱস্থাত ডেম্পৰ মালিক হাচান আলীক হাতেলোতে ধৰিবলৈ সক্ষম হয়।

পিছত হাচান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত হাজোৰ খোপনিকুছিৰ পৰা আজহাৰ আলী আৰু দক্ষিণ শিংৰাৰ পৰা চাইফুদ্দিন আহমেদক আটক কৰে আৰক্ষীয়ে।

এই দুধৰ্ষ চোৰ কেইটাৰ ভাষ্যৰ ভিত্তিত হাজো আৰক্ষীয়ে মহানগৰীৰ পাঠৰকুঁৱৰীৰ পৰা বাবুল আলী, গুৱাহাটী সোনাপুৰৰ পৰা বিটু বৰ্মন, দিশপুৰৰ পৰা দ্বীপ কলিতা আৰু লখৰাৰ লালুং গাঁৱৰ পৰা এই চোৰৰ গেঙৰ মাষ্টাৰ মাইণ্ড জিতু বড়োক আটক কৰিবলৈ সক্ষম হৈছে।

লগতে আৰক্ষীয়ে জব্দ কৰিছে দুখন চুৰি পালচাৰ বাইক। দীৰ্ঘদিনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত ৭ জনীয়া এই কুখ্যাত চোৰৰ গেঙে বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

ইতিমধ্যে হাজো আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে চোৰকেইটাক সোধাপোছা অব্যাহত ৰাখিছে।

Recent News

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Qutb Minar

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd