• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰাৰ দাম বৃদ্ধিৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম কেবিনেটৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 8, 2020 8:20 pm
Assam cabinet decides to hike liquor prices

চন্দ্ৰমোহন পাটোৱাৰীৰ ফাইল ছবি।

3.4k
VIEWS
Share on FacebookShare on Twitter

অসম কেবিনেটে সুৰাৰ দাম বৃদ্ধিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুকুৰবাৰে গ্ৰহণ কৰিছে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সংবাদ মেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে।

“সুৰাৰ বৰ্তমানৰ MRPৰ ওপৰত ২৫% বৃদ্ধি কৰা হ’ব মূল্য। যাৰ ফলত এহেজাৰ কোটি বছৰি ৰাজহ পাব ৰাজ্য চৰকাৰে,” পাটোৱাৰীয়ে কয়৷

তেওঁ কয় যে বাজেটৰ বাহিৰত বহু খৰছ হৈছে, দুৰ্যোগৰ বাবে সেয়ে সুৰাৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে৷

আনহাতে কেবিনেটে কৃষি মাৰ্কেটিং ব’ৰ্ডৰ পুৰণা আইন বাতিল কৰি নতুন অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে৷

“কৃষি মাৰ্কেটিং ব’ৰ্ডৰ কৰ্মচাৰীক অন্য বিভাগত নিয়োগ কৰা হ’ব। বৰ্তমান ব’ৰ্ড চলি থাকিব। কিন্তু ভৱিষ্যতে এখন নিৰ্বাচিত ব’ৰ্ড হৈ থাকিব। কৃষকে নিৰ্বাচিত কৰিব  সদস্যসকল,” মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে কোম্পানীৰ চিফট কোম্পানীয়ে আলোচনা কৰি ১২ ঘন্টালৈ বৃদ্ধি কৰিব পাৰিব বুলি মন্ত্ৰীজনে মন্তব্য কৰে৷

তেওঁ লগতে কয় যে সামাজিক দূৰত্ব মানি চাহ বাগিচাসমূহৰ কাম সম্পূৰ্ণৰূপে চলিব৷

Recent News

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd