Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত পদ খালী, কি পদ, কেনেকৈ কৰিব আবেদন?

AAU

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন গৱেষণা আধাৰিত পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।
অসম কৃষি বিশ্ববিদ্যালয়ে সহকাৰী প্ৰকল্প বিজ্ঞানীৰ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : সহকাৰী প্ৰকল্প বিজ্ঞান
 পদৰ সংখ্যা : ৩
অৰ্হতা : আবেদনকাৰীৰ কৃষি,কৃষি অভিযান্ত্ৰিক ,গ্ৰামোন্নয়ন বা এই সম্পৰ্কীয় ক্ষেত্ৰত স্নাতক ডিগ্ৰী থাকিব লাগিব।

Also Read: Assam Career : ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত বিভিন্ন পদ খালী, কেনেকৈ কৰিব আবেদন?

কামৰ অভিজ্ঞতা: কৃষিৰ মৌলিক জ্ঞান, সম্প্ৰসাৰণ কৌশল সহ প্ৰয়োজনীয় ক্ষেত্ৰত পৰ্যাপ্ত কামৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম : সহকাৰী প্ৰকল্প বিজ্ঞানী (চিআইপি)
পদৰ সংখ্যা : ১
অৰ্হতা : আবেদনকাৰীৰ কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰী থাকিব লাগিব
কামৰ অভিজ্ঞতা: প্ৰকল্প ৰূপায়ণত আবেদনকাৰীৰ ১ বছৰৰ এই জাতীয় কামৰ অভিজ্ঞতা  থাকিব লাগিব।
পাৰিশ্ৰমিক : প্ৰতি বছৰে ৩.৬ লাখৰ পৰা ৪.৩৭ লাখ টকা
কেনেদৰে আবেদন কৰিব: প্ৰয়োজনীয় অৰ্হতা আৰু অভিজ্ঞতা থকা প্ৰাৰ্থীসকলে প্ৰমাণপত্ৰ, নম্বৰৰ প্ৰমাণপত্ৰ আদিৰ সৈতে নিৰ্ধাৰিত প্ৰ-পত্ৰত  আবেদন কৰিব পাৰে ।২৮ জুন , ২০২২ ৰ ভিতৰত আবেদন amiu.apart@gmail.com ই-মেইল আইডিত পঠিয়াব লাগিব।

বিজ্ঞাপনৰ সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

Also Read: Assam Career: দিখৌমুখ মহাবিদ্যালয়ত Junior Assistant পদ খালী, কৰক আবেদন