• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CBSE ৰ দশম-দ্বাদশৰ পৰীক্ষাৰ ফলাফল কেতিয়া? সৱিশেষ জনালে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2024 10:33 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড বা চিবিএছইৰ দশম-দ্বাদশৰ ফলাফলক লৈ এক ডাঙৰ আপডেট প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় ব’ৰ্ডে ৩ মে’ শুকুৰবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে। কোৱা হৈছে যে চলিত মাহৰ ২০ তাৰিখৰ পিছত ফলাফল প্ৰকাশ পাব। চিবিএছইয়ে এই সন্দৰ্ভত চূড়ান্ত তাৰিখ জানিবলৈ সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত চকু ৰাখিবলৈ কৈছে।

কেন্দ্ৰীয় ব’ৰ্ডৰ সূত্ৰ অনুসৰি একেদিনাই দশম আৰু দ্বাদশ ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব পাৰে। লোকসভা নিৰ্বাচনৰ বাবে ফলাফল প্ৰকাশৰ তাৰিখ পলম হোৱা বুলি ধাৰণা কৰা হৈছে। বিগত বছৰবোৰৰ দৰেই ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে ফলাফল পৰীক্ষা কৰিব পাৰিব। ফলাফল চাব পৰা ৱেবছাইটসমূহ হ’ল cbse.nic.in, cbseresults.nic.in, cbseresults.gov.in আৰু cbse.gov.in।

চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল চিবিএছইৰ দশম আৰু দ্বাদশ ব’ৰ্ড পৰীক্ষা। ১৩ মাৰ্চত শেষ হ’ব দশম শ্ৰেণীৰ পৰীক্ষা। আনহাতে ২ এপ্ৰিললৈকে চলি আছিল দ্বাদশ ব’ৰ্ডৰ পৰীক্ষা। চিবিএছইয়ে জনোৱা মতে, এই শ্ৰেণী দুটাৰ বাবে প্ৰায় ৩৯ লাখ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে। দুয়োটা ব’ৰ্ড পৰীক্ষা এটা শ্বিফটত কেন্দ্ৰীয় ব’ৰ্ডৰ দ্বাৰা পৰিচালিত হৈছিল। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পুৱা ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ চলিছিল।

Apply Now

লগতে পঢ়কঃ IPL 2024: পুনৰ ব্যৰ্থ হাৰ্দিকৰ মুম্বাই! ৱানখেড়েত নাৰাইন-বৰুণৰ স্পীন মেজিকেৰে কলকাতাৰ ঐতিহাসিক জয়

উল্লেখ্য যে কোভিড পৰিস্থিতিৰ পূৰ্বে চিবিএছইয়ে দশম আৰু দ্বাদশ বৰ্ডৰ পৰীক্ষাৰ ফলাফল পৃথকে পৃথকে প্ৰকাশ কৰিছিল। ২০২০ চনৰ পৰা কেন্দ্ৰীয় ব’ৰ্ডে একেদিনাই কেইঘণ্টামানৰ ভিতৰতে দুয়োটা শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰে। জ্ঞাত সূত্ৰ অনুসৰি এইবাৰো নিয়ম অপৰিৱৰ্তিত থাকিব।

প্ৰসংগক্ৰমে চিবিএছই পৰীক্ষা শেষ হোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে ফলাফলৰ তাৰিখ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত শেহতীয়াকৈ নেট জগতত এটা ভুৱা অধিসূচনা বিয়পি পৰে। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পিছতে এই সন্দৰ্ভত সকীয়াই দিছে চিবিএছইয়ে। কেন্দ্ৰীয় ব’ৰ্ডে কেৱল ফলাফলৰ দিন জানিবলৈ সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত চকু ৰাখিবলৈ কয়।

চিবিএছইৰ উপৰিও ইণ্ডিয়ান চাৰ্টিফিকেট ফৰ ছেকেণ্ডাৰী এডুকেশ্যন (ICSE) দশম শ্ৰেণী আৰু ইণ্ডিয়ান স্কুল চাৰ্টিফিকেটৰ (ISC) দ্বাদশ শ্ৰেণীৰ ফলাফলৰ তাৰিখৰো ডাঙৰ আপডেট আহিছে। ইংগিত দিয়া হৈছে যে এই ফলাফল চলিত বৰ্ষৰ মে’ মাহৰ তৃতীয় সপ্তাহত প্ৰকাশ পাব। অৱশ্যে আনুষ্ঠানিক তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।

লগতে পঢ়কঃমৰ্মান্তিক! উমৰাংছ’ৰ সমীপৰ নীপকোৰ জলকুণ্ডত ডুবি মৃত্যু দুই কিশোৰৰ

যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা ২৮ মাৰ্চলৈ অনুষ্ঠিত হৈছিল আইচিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা। আনহাতে, ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। ২ এপ্ৰিলত শেষ হৈছিল পৰীক্ষা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd