• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ চাহ শ্ৰমিকৰ বাবে ২০% পূজা বোনাছৰ দাবী অসম চাহ মজদুৰ সংঘৰ

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
September 10, 2020 1:40 pm
tea assam-1591103909

প্ৰতিকী ছবি

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বৃহত্তম সংগঠন অসম চাহ মজদুৰ সংঘ(ACMS)ই চাহ শ্ৰমিকসকলৰ বাবে ২০% পূজা বোনাছৰ দাবী কৰিছে।

দুৰ্গা পূজাৰ তিনি সপ্তাহৰ পূৰ্বে চাহ বাগিচাৰ শ্ৰমিকসকলক এই বোনাছ আদায় দিবলৈ দাবী জনাইছে সংগঠনটোৱে।

১৯৬৫ চনৰ বোনাছ আইন অনুসৰি ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বাবে ন্যূনতম বোনাছ ৮.৩৩% আৰু সৰ্বাধিক ২০% ধাৰ্য কৰা হৈছিল।

আৰু এই আইনৰ দ্বাৰা সকলো স্থায়ী আৰু অস্থায়ী চাহ শ্ৰমিকে ন্যূনতম ৩০ দিন কাম কৰিলে এই বোনাছ লাভ কৰে।

“ইতিমধ্যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ ২০% পূজা বোনাছ নিশ্চিত কৰিবলৈ ভাৰতীয় চাহ সংস্থা, অসম শাখা(ABITA), অসম চাহ খেতিয়ক সংস্থা(ATPA), উত্তৰ পূৱ  চাহ সংস্থা(NETA), ভাৰতীয় চাহ পৰিষদ (BCP) আৰু টি এচ’ছিয়েশ্যন অৱ ইণ্ডিয়া (TAI)লৈ আমি পত্ৰ প্ৰেৰণ কৰিছো।”  ACMSৰ সাধাৰণ সম্পাদক ৰুপেশ গোৱালাই কয়।

“প্ৰতি বছৰে আমি দাবী কৰি আহিছো যে দুৰ্গা পূজাৰ তিনি সপ্তাহৰ পূৰ্বে বাগিচাৰ শ্ৰমিকক বোনাছ দিব লাগে।” গোৱালাই আৰু কয়।

তেওঁ লগতে কয় যে জনায় যে বিগত বছৰ ৯৯% বাগিচাই সৰ্বোচ্চ পৰিমাণৰ বোনাছ প্ৰদান কৰিছিল।

“এই বছৰ উৎপাদন কমিলেও চাহৰ উচিত মূল্য লাভ কৰিছে বাগিচাসমূহে। সেয়ে আমি আশা কৰিছো যে এইবাৰো সৰ্বোচ্চ হাৰত শ্ৰমিকসকলক বোনাছ দিয়া হ’ব।” সম্পাদক গোৱালাই কয়।

উল্লেখ্য যে ৮০৩ খন পঞ্জীকৃত চাহ বাগানেৰে অসমে দেশৰ ৪৯% শতাংশ চাহ উৎপাদন কৰি আহিছে।

২০১৯ বৰ্ষত এণ্ড্ৰিউ য়ুলে, জেমছ ৱাৰেন, ৰাছেল ইণ্ডিয়া লিমিটেড, গুড্ৰীক, এম কে শ্বাহ এক্সপ’ৰ্ট আদি চাহ বাগিচাৰ প্ৰতিষ্ঠানসমূহে সৰ্বোচ্চ হাৰত শ্ৰমিকক পূজা বোনাছ প্ৰদান কৰিছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd