• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাছাৰ ‘নতুন আৱিস্কাৰ’ শিতানলৈ নিৰ্বাচিত অসমীয়া যুৱকৰ উদ্ভাৱন

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 18, 2019 8:06 pm
IMG-20190718-WA0025

চম্পক বৰা

1.3k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-গুৱাহাটীৰ চম্পক বৰা নামৰ এজন যুৱকে উদ্ভাৱন কৰা ‘অটোমেটিক কাউণ্টিং ডিভাইছ’ নামৰ এটা প্ৰকল্প‘নাছা’ই আয়োজন কৰা নতুন আবিস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। পেছাত শিক্ষক বৰাই ২০০৫ চনতো শব্দ পঠোৱা এটা যন্ত্ৰ উদ্ভাৱন কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰা সন্মানিত হৈছিল।

‘অটোমেটিক কাউনটিং ডিভাইছ’ৰ দ্বাৰা অতি সহজতে যিকোনো ধৰণৰ গণনা স্বয়ংসক্ৰিয়ভাৱে কৰিব পৰা যাৱ। ৰে’ল সেৱা, বিমান বন্দৰ, বাছ আস্থান আদিত এই যন্ত্ৰটো ব্যৱহাৰ কৰিব পৰা যাব।

নাছালৈ নিৰ্বাচিত হোৱা প্ৰকল্পটো সন্দৰ্ভত বৰাই সাংবাদিকৰ আগত এনেদৰে কয় ‘‘মই এতিয়ালৈ সম্পূৰ্ণ সফল হোৱা নাই, ভোটৰ দ্বাৰাহে মোৰ প্ৰকল্পটো নিৰ্বাচিত হ’ব আৰু আৰু ভোটদানৰ অধিকাৰ থকা সকলে মোৰ প্ৰকল্পটো কিমান ভাল পাই তাৰ দ্বাৰা মোৰ স্থান নিৰূপন হ’ব’’।

প্ৰতিযোগিতা সম্বন্ধে বৰাই জনোৱামতে, এইটো এটা নাছাৰ গ্ল’বেল টেকন’লজি প্ৰতিযোগিতা য’ত বিশ্বৰ নতুন উদ্ভাৱক সকলৰ উদ্ভাৱনসমূহ নিৰ্বাচিত কৰা হয়। সাতটা শাখাত হ’বলগীয়া প্ৰতিযোগিতাখনত দুটা শাখাত হোৱা ভোটিঙৰ দ্বাৰা  নিৰ্বাচিত কৰা হ’ব। দুটা সাধাৰণ মানুহৰ ভোটৰ পৰা নিৰ্বাচিত হ’ব আৰু আনটো নাছাৰ  দ্বাৰা নিৰ্বাচিত হ’ব। অহা ৬ ছেপ্টেম্বৰত ভোটিং প্ৰক্ৰিয়া শেষ হ’ব। নিৰ্বাচিত সকলক ১০ নবেম্বৰত নিউৱৰ্ক চিটীত নাছাৰ দ্বাৰা সন্মানিত কৰা হব।

শেষত তেওঁ অসমৰ সকলো লোককে তেওঁৰ বাবে ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনায়।

আনহাতে, কোনোধৰণৰ চৰকাৰী সাহায্য অবিহনে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে তেওঁ প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, অসমৰ এডিছন খ্যাত উদ্ধৱ ভড়ালীয়ে বিভিন্ন সময়ত কৰি অহা বৈজ্ঞানিক উৎদ্ভাৱনৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ অৰ্জন কৰিছে।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd