• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

নৰ্থ-ইষ্ট নাও, ডেকা by নৰ্থ-ইষ্ট নাও, ডেকা
July 8, 2025 9:53 pm
180
VIEWS
Share on FacebookShare on Twitter

অসম কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চলি থকা চৰকাৰী আঁচনি আৰু অবৈধ ছিণ্ডিকেটৰ অধীনত বৃহৎ পৰিসৰৰ দুৰ্নীতিৰ সৈতে জড়িত ব্যক্তিক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এসময়ত দিল্লীৰ শ্বীশ মহল শৈলীৰ শাসন ব্যৱস্থাক লৈ প্রশ্ন উত্থাপন কৰা বিজেপিয়ে অসমত লুন্ঠনৰাজ চলাই অহাটোক এক বিড়ম্বনা বুলি অভিহিত কৰিছে সাংসদ গৌৰৱ গগৈয়ে।

গগৈয়ে কয়, ‘মুখ্যমন্ত্ৰীয়ে তেওঁৰ সহযোগীসকলক যিমানেই ক্লিন চিট নিদিওক কিয়, সেইবোৰৰ কোনো মূল্য নাই। ২০২৬ চনৰ নিৰ্বাচনত অসমৰ ৰাইজে ডকাইতৰ দল আৰু দুৰ্নীতিৰ সদাগৰক নিশেষ কৰিব।

Today Himanta Biswa Sarma is busy defending people who have looted money through government schemes meant for cattle, are involved in coal and supari syndicate and built mansions bigger than Delhi sheesh mahal. His certificate of clean chit has zero value. People of Assam will…

— Gaurav Gogoi (@GauravGogoiAsm) July 7, 2025

গগৈয়ে ইয়াৰ লগতে গৰু বিতৰণ, গ্ৰাম্য উন্নয়নৰ সৈতে জড়িত আঁচনিসমূহত পুঁজিৰ অপব্যৱহাৰ, কয়লা, চুপাৰী, আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ছিণ্ডিকেটৰ কাম-কাজ সম্পৰ্কে বৃদ্ধি পোৱা অভিযোগক লৈ বিজেপিক সমালোচনা কৰে।

Recent News

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

মধ্যযুগীয় বৰ্বৰতা! পশ্চিম বংগৰ প্ৰব্ৰজিত শ্ৰমিকক ওলোটাকৈ ওলোমাই তীব্ৰ প্ৰহাৰ

মধ্যযুগীয় বৰ্বৰতা! পশ্চিম বংগৰ প্ৰব্ৰজিত শ্ৰমিকক ওলোটাকৈ ওলোমাই তীব্ৰ প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd