• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশাল সমাৱেশ পাতি মুখ্য মন্ত্ৰী সোণোৱালক প্ৰদান কৰা হ’ব ‘জাতীয় খলনায়ক’ৰ উপাধি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 27, 2018 7:58 pm
Sarbanada Sonowal

মুখ্য মন্ত্ৰীৰ ফাইল ফটো

803
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা হ’ব জাতীয় খলনায়কৰ উপাধি। আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদমেলত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিত দত্তই এই কথা ঘোষণা কৰে।

চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলেই এখন বিৰাট সমাৱেশ পাতি অসমৰ প্ৰতিগৰাকী বুদ্ধিজীৱিক আমন্ত্ৰণ কৰি সোণোৱালক জাতীয় খলনায়কৰ বঁটা প্ৰদান কৰা হ’ব বুলি সংবাদমেলত দত্তই মন্তব্য কৰে।

তদুপৰি বৰ্তমানৰ চৰকাৰখনক জাতিদ্ৰোহী আখ্যা দি তেঁও কয় যে জাতি মাটি ভেটিৰ কথা কৈ ৰাইজক আভুৱা ভাৰি শাসনৰ গাদীলৈ অহা তথাকথিত জাতীয় নায়কৰ চৰকাৰে ৮৫৫ জন শ্বহীদক চৰম অপমান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচাৰিছে।

Sangrami Yuva-Satra Parishad
সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ সংবাদমেল। ফটো : নৰ্থ-ইষ্ট নাও

সেয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিজন খিলঞ্জীয়া ব্যক্তিকে সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে তেওঁলোকে চৰকাৰক ভূমি নীতি আৰু ভূমি আইন প্ৰণয়ন কৰিবলৈ দাবী জনায়।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালে যোৱা সোমবাৰে শিৱসাগৰত এক নিৰ্বাচনী সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰি থকা সংগঠনসমূহৰ উচটনিত বহু যুৱক উগ্ৰপন্থী সংগঠনলৈ ঢাপলি মেলা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি দত্তই কয় যে ইয়াৰ বাবে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ হে দায়ী।

Recent News

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd