• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘজানলৈ দেওবাৰে সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী প্ৰধান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 10:46 pm
Assam CM, Union petroleum minister to visit Baghjan on Sunday

অইলে কয় যে এই সময়ত কেৱল খাদৰ মুখতহে নিৰ্গত গেছসমূহ জ্বলি আছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওবাৰে বাঘজানৰ ঘটনাস্থলী পৰিদৰ্শন কৰিব।

ইতিমধ্যে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰীৰ সৈতে ঘটনা সম্পৰ্কে  আলোচনা কৰিছে।

বৈঠকতে দুয়োগৰাকীয়ে কাইলৈ বাঘজানৰ ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ লোৱাৰ সিদ্ধান্ত লয়।

মুখ্য মন্ত্ৰী সোণোৱালে এই ঘটনাত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সৰ্বোচ্চ ক্ষতিপূৰণ আগবঢ়াবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।

বৈঠকত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই অৱগত কৰে যে জিলা প্ৰশাসনে ১২টা শিৱিৰ স্থাপন কৰিছে আৰু এই শিৱিৰসমূহত ৭হাজাৰ লোকে আশ্ৰয় লৈ আছে।

বৈঠকৰ মাজতে তিনিচুকীয়াত উপস্থিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সৈতেও ভিডিঅ’ কনফাৰেন্সিংযোগে বাৰ্তালাপ কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ পৰিস্থিতিৰ ওপৰত মন্ত্ৰ্যালয়ে পৰ্য্যাপ্ত নজৰ ৰাখিছে তথা দুৰ্ঘটনাত প্ৰভাৱিত পৰিয়ালসমূহক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

বৈঠকত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৱ কুমাৰ দলে, সাংসদ তপন কুমাৰ গগৈ, মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰ্যালয়ৰ লগতে অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm
মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

September 4, 2025 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd