• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুভাষ দাসৰ নেতৃত্বত কেইবাগৰাকী অৰ্থনীতিবিদক লৈ টাস্ক ফ’ৰ্চ গঠন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 3, 2020 6:35 pm
Assam CM Sonowal

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে জনায় যে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট অৰ্থনীতিবিদক লৈ এক টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

ব্ৰহ্মপুত্ৰ অতিথিশালাত আয়োজিত এক সংবাদমেলত তেওঁ কয় যে সুভাষ দাসৰ নেতৃত্বত এই টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

তাৰোপৰি আজি দুপৰীয়া ভাগত ১০খন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ সৈতে মুখ্য মন্ত্ৰী আলোচনাত মিলিত হৈছিল।

তেওঁ কয় যে তেওঁলোকে গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰিছে আৰু সেই পৰামৰ্শ অনুসৰি ৰাজ্যৰ ছাত্ৰ–ছাত্ৰীসকলৰ শিক্ষাবৰ্ষ ক্ষতি নহয় তাৰ প্ৰতি পদক্ষেপ গ্ৰহণ কৰা হ‘ব।

কৰ’নাভাইৰাছক লৈ মুখ্য মন্ত্ৰীয়ে কয় যে পৃথিৱীৰ কোনো চৰকাৰ এই পৰীক্ষাত অকলে উত্তীৰ্ণ হ‘ব নোৱাৰে।

তেওঁ কয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত অসমৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ কৰ‘নাৰ বিৰুদ্ধে যুঁজ দিয়া হৈছে।

এইক্ষেত্ৰত অসমৰ ৰাইজে আগবঢ়োৱা সহযোগিতাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে সোণোৱালে।

লকডাউনৰ সন্দৰ্ভত তেওঁ কয় যে কিছুমান বিভাগত শিথিলতা প্ৰদান কৰিছে যদিও এটা কথা মানিব লাগিব যে কৰ’নাৰ বিৰুদ্ধে যুঁজখন সমাপ্ত হোৱা নাই।

তেওঁ কয় তৃতীয় পৰ্যায়ৰ লকডাউনত মাস্ক পৰিধান কৰি পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ সামাজিক ব্যৱধান মানিলে কৰ’না প্ৰতিহত কৰিব পাৰিম।

“এই যুঁজত আমি জয়ী হ‘ব লাগিব। সকলো নিৰোগী আৰু সুস্থ হৈ থাকক,” মুখ্য মন্ত্ৰীয়ে কয়।

তেওঁ লগতে কয় যে সন্মুখৰ পৰা যি সকলে দায়িত্ব পালন কৰিছে সকলোৱে তেওঁলোকক সকলো সহায়–সহযোগিতা আগবঢ়াব লাগে।

চৰকাৰৰ জৰুৰীকালীন সেৱাৰ লগতে সাংবাদিকেও গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।

“কোনো পৰিস্থিতিতে এই যুঁজাৰুসকলৰ যাতে মনোবল ভাঙি নাযায় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব,” তেওঁ কয়।

আনহাতে লকডাউনৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সময়মতে লোৱা সিদ্ধান্তৰ বাবে ভাৰতৰ জনসাধাৰণ ৰক্ষা পৰিছে বুলি মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd