• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2025 8:24 pm
207
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ আইন পুনৰ প্ৰৱৰ্তন কৰি ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰাৰ কথা ঘোষণা কাৰিছে। ২০২৪ চনৰ উচ্চতম ন্যায়ালয়ে ১৯৭১ চনক নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে স্বীকৃতি দিয়াৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত সদৰী কৰে যে বহিষ্কাৰ আইনখন এতিয়াও কাৰ্যক্ষম আৰু আদালতৰ নিৰ্দেশ অনুসৰি কোনো বিদেশী সন্দেহযুক্ত ব্যক্তিক জিলা উপায়ুক্তই তৎক্ষণাত বিতাড়ন কৰিব। তেওঁ স্পষ্ট কৰিদিয়ে যে বিতাড়িত ৩৩০ জন লোকৰ কোনো এজনো এতিয়ালৈকে ৰাজ্যলৈ ঘূৰি অহা নাই।

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, কিছু ব্যক্তিক বিতাড়নৰ পাছত আদালতৰ স্থগিতাদেশৰ ভিত্তিত ঘূৰাই অনা হৈছিল, কিন্তু সেইবোৰো আদালতৰ নিৰ্দেশমৰ্মেই কৰা হৈছিল।

শৰ্মাই এন আৰ চি সন্দৰ্ভতো মন্তব্য কৰি কয় যে তালিকাৰ নিৰ্ভৰযোগ্যতা সন্দেহজনক—ভুৱা নাম অধিক পোৱা গৈছে। চৰকাৰে এই তালিকাখনৰ পুনঃপৰীক্ষাৰ বাবে কেন্দ্ৰীয় সংস্থাক অনুৰোধ জনাইছে, বিশেষকৈ সীমান্ত অঞ্চলত ২০% আৰু অন্যান্য ঠাইত ১০% নাম পুনৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে। সদৌ অসম ছাত্ৰ সন্থাই এই সন্দৰ্ভত উন্নীতকৰণ এন আৰ চিৰ দাবী জনাইছে।

এনে পৰিস্থিতিত, মুখ্যমন্ত্ৰীয়ে কয় যে এন আৰ চিত নাম থকাৰ অৰ্থ এই নহয় যে ব্যক্তিজনে বিদেশী ঘোষণা নহ’ব; উপায়ুক্তই যদি বিদেশী সন্দেহ কৰে তেন্তে তেওঁক তাৎক্ষণিক ভাবে বিতাড়ন কৰিব পাৰিব, আৰু ইয়াৰ বাবে বিদেশী ন্যায়াধিকৰণত গোচৰ দাখিল কৰাটো বাধ্যতামূলক নহ’ব।

Tags: 1950ActassamAssamDeportationCitizenshipIssueIllegalImmigrationTodayNewsUpdate

Recent News

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd