• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2025 3:23 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালত অশান্তিৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে (৯ ছেপ্টেম্বৰ, ২০২৫) নেপালত বাস কৰা ভাৰতীয়সকলৰ বাবে হেল্পলাইন নম্বৰৰ সৈতে এখন ভ্ৰমণ পৰামৰ্শৱলী প্ৰকাশ কৰে।

পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে নেপালত থকা ভাৰতীয়সকলক যাত্ৰা স্থগিত ৰাখিবলৈ কয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। মন্ত্ৰালয়ে নিজৰ পৰামৰ্শত কয়, ‘বৰ্তমান নেপালত থকা ভাৰতীয় নাগৰিকসকলক বৰ্তমানৰ বাসস্থানত আশ্ৰয় ল’বলৈ, ৰাজপথলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু সকলো সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।’

Apply Now

মন্ত্ৰালয়ে তেওঁলোকক নেপাল কৰ্তৃপক্ষৰ লগতে কাঠমাণ্ডুত থকা ভাৰতৰ দূতাবাসৰ স্থানীয় সুৰক্ষাৰ পৰামৰ্শ মানি চলিবলৈ কয়।

“কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হ’লে ভাৰতৰ দূতাবাস কাঠমাণ্ডুত তলত দিয়া হেল্পলাইন নম্বৰত ফোন কৰক: ৯৭৭ – ৯৮০ ৮৬০ ২৮৮১;৯৭৭ – ৯৮১ ০৩২ ৬১৩৪,”

উল্লেখ্য যে, নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. মঙলবাৰে (৯ ছেপ্টেম্বৰ, ২০২৫) জেন জেডৰ নেতৃত্বত কাঠমাণ্ডু আৰু দেশৰ অন্যান্য প্ৰান্তত একেৰাহে দ্বিতীয় দিনৰ বাবে প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাত শৰ্মা অলিয়ে পদত্যাগ কৰে। সোমবাৰে (৮ ছেপ্টেম্বৰ) দুৰ্নীতি, স্বজন-তোষণ, পক্ষপাতিত্ব আৰু কুশাসনৰ অন্ত পেলোৱাৰ দাবীত নেপালৰ যুৱক-যুৱতীসকলে আৰম্ভ কৰা বিক্ষোভত আৰক্ষীয়ে ৰবৰৰ গুলী আৰু সজীৱ গোলাবাৰুদ নিক্ষেপ কৰাৰ পিছত অলিৰ ওপৰত পদত্যাগ কৰাৰ হেঁচা বাঢ়ি আহিছিল। ৪০০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

ভাৰতে নেপালত প্ৰতিবাদৰ সময়ত বহু যুৱকৰ প্ৰাণ হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শান্তিপূৰ্ণ উপায়েৰে সমস্যাসমূহ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে।

চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে মঙলবাৰে (৯ ছেপ্টেম্বৰ) দিল্লীৰ পৰা কাঠমাণ্ডুলৈ বিমান সেৱা বাতিল কৰে এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’ আৰু নেপাল এয়াৰলাইন্সে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd