• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংকটত ডিব্ৰু-ছৈখোৱাঃ OILৰ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ স্থাপনৰ বিৰোধিতা প্ৰকৃতি প্ৰেমীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 8:44 pm
114
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰিৱেশবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে অইল ইণ্ডিয়া লিমিটেড (Oil India Limited)ক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংবেদনশীল এলাকাত গৱেষণা তথা উন্নয়ন (R&D) কেন্দ্ৰ স্থাপন কৰাৰ অনুমতি প্ৰত্যাহাৰ কৰা বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে।  

উল্লেখযোগ্য যে ১৯৯৭ চনত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ৭৬৫ বৰ্গ কিলোমিটাৰত বিস্তৃত, ইয়াৰ মূল এলেকা ৩৪০ বৰ্গ কিলোমিটাৰ। বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত এই উদ্যানখন বগা পাখি থকা কাঠ হাঁহ, গংগছ ডলফিন আৰু বেংগল ফ্ল’ৰিকান আদি বিপন্ন প্ৰজাতিৰ প্ৰাণীৰ বাবেও জনাজাত।

২৭ মাৰ্চত, গোলাঘাটৰ পৰিৱেশবিদ আপূৰ্ব বল্লভ গোস্বামীয়ে উদ্যানখনৰ পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰাৰ বাবে পৰিৱেশ মন্ত্ৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি এই অনুমতিৰ বিৰোধিতা কৰিছে। তেওঁ উল্লেখ কৰে যে ২০২০ চনৰ বাঘজান কুৱা বিস্ফোৰণত উদ্যানখনৰ ৪১% উদ্ভিদ ধ্বংস প্ৰাপ্ত হয়, জলাশয়ৰ ক্ল’ৰ’ফিলৰ মাত্ৰা ২৫% বৃদ্ধি পায় আৰু উদ্যানখনৰ জৈৱ বৈচিত্ৰৰ ব্যাপক ক্ষতিসাধন হৈছিল।  

২০০৬ আৰু ২০২৩ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত ২০২৪  চনত ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আশে-পাশে বাণিজ্যিক খননৰ প্ৰস্তাৱ বাতিল কৰা হৈছিল কিন্তু কিন্তু কেন্দ্ৰই এই নিষেদ্ধাজ্ঞাক অমান্য কৰি ২০২৫ চনত OIL ৰ R&D স্থাপনৰ  অনুমোদন দিয়া হৈছে। তেওঁ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd