• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2025 9:00 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধেয়ক গৃহীত কৰাৰ সময়সীমাৰ ক্ষেত্ৰত এক নতুন টুইষ্ট। ৰাজ্যপালসকলৰ অপৰিসীম ক্ষমতা হ্ৰাস কৰাৰ পক্ষত স্বয়ং উচ্চতম ন্যায়ালয়ে যুক্তি আগবঢ়াইছে। উচ্চতম ন্যায়ালয়ে কয় যে যদি কোনো বিধেয়ক গৃহীত কৰিব নে নকৰে সেই সন্দৰ্ভত যদি ৰাজ্যপালৰ চূড়ান্ত মতামত থাকে, তেন্তে নিৰ্বাচিত চৰকাৰখন ৰাজ্যপালৰ ইচ্ছামতে হ’ব।

১২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিভাগীয় বিচাৰপীঠে ৰায় দিছিল যে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়েও বিধায়িনী দলে গৃহীত কৰা কোনো বিধেয়ক অনিৰ্দিষ্টকাললৈ ৰখাব নোৱাৰে। সেই বিধেয়কখনৰ ওপৰত তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সিদ্ধান্ত ল’ব লাগিব। কিন্তু প্ৰশ্ন হৈছিল, উচ্চতম ন্যায়ালয়ে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিক এনে ‘নিৰ্দেশনা’ দিব পাৰিবনে? উচ্চতম ন্যায়ালয়ে ইয়াৰ উত্তৰ দি কয় যে সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে আইনৰ বাহিৰলৈ গৈ ‘ন্যায় প্ৰতিষ্ঠাৰ উদ্দেশ্যে’ বিশেষ ৰায়দান দিব পাৰে। এই গোচৰতো উচ্চতম ন্যায়ালয়েও একেই কাম কৰিলে। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ আপত্তি স্বৰূপে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সংবিধানৰ ১৪৩ নং অনুচ্ছেদৰ অধীনত প্ৰদান কৰা বিশেষ অধিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ তেওঁ ১৪টা প্ৰশ্ন উত্থাপন কৰে। ফলত এই ৰায় পুনৰীক্ষণৰ বাবে পাঁচজনীয়া ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্স বেঞ্চ গঠন কৰা হয়।

Apply Now

একেখন বিচাৰপীঠে বুধবাৰে এই প্ৰশ্ন উত্থাপন কৰে যে, “বৰ্তমানৰ পৰিস্থিতিত আমি সকলো ক্ষমতা ৰাজ্যপালক দিয়া নাইনে? এইদৰে ৰাইজে নিৰ্বাচিত কৰা চৰকাৰখন ৰাজ্যপালৰ ইচ্ছাৰ অধীন হ‘ব।” মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে নিজেই কয় যে, “যদি এইদৰে সীমাহীন ক্ষমতা দিয়া হয়, তেন্তে ৰাজ্যপালসকলে আজীৱন বিলসমূহ বন্ধ কৰি দিব।” ইয়াৰ উত্তৰত কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, “কোনো প্ৰত্যক্ষভাৱে নিৰ্বাচিত নহয়, অৰ্থাৎ তেওঁৰ গুৰুত্ব কম নহয়।” তেওঁৰ যুক্তি হ’ল ৰাজ্যপালে কোনো বিধেয়ক অনুমোদন নিদিয়ে, যাৰ অৰ্থ হ’ল বিধেয়কখন মৃত। ইচ্ছা কৰিলে বিলখন পাছ কৰি দিব পাৰে বা ঘূৰাই পঠিয়াব পাৰে।”

পাছলৈ উচ্চতম ন্যায়ালয়ে এই প্ৰশ্ন উত্থাপন কৰিলে, ইয়াৰ দ্বাৰা সংবিধান প্ৰণয়কসকলৰ উদ্দেশ্য সাধন হৈছেনে? সংবিধান প্ৰণয়কসকলে দুয়োটা দলৰ মাজত সম্প্ৰীতি বজাই ৰখাটো বিচাৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd