• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঠশালাত বানপানীত পৰি কিশোৰৰ মৃত্যু

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
July 12, 2020 8:01 pm
Assam floods: One drowns to death in Pathshala

মৃত কিশোৰজন।

676
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ পাঠশালাত পহুমাৰা নৈৰ উপনৈ তুৰকুনিত বানপানীত পৰি দেওবাৰে এজন কিশোৰৰ মৃত্যু হৈছে।

কিশোৰজন পাঠশালা চহৰৰ সমীপৰ পাথলাৰ পৰাগ ভট্টাচাৰ্য্য বুলি চিনাক্ত কৰা হৈছে।

তেওঁ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল।

জানিব পৰা মতে কিশোৰজনে ঘৰৰ সমীপৰ বন্ধু কেইজনমানৰ সৈতে বানপানী চাবলৈ গৈছিল।

কিন্তু, নৈৰ কোবাল সোঁতে তেওঁক গভীৰ পানীলৈ উটাই লৈ যায়।

পিছত এছ ডি আৰ এফৰ দলে তেওঁৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰে।

নেৰানেপেৰা বৰষুণ আৰু ভুটানৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰা অতিৰিক্ত পানীৰ ফলত পহুমৰা নৈ বিপদসীমাৰ বহু ওপৰেৰে বৈ আছে।

পাঠশালা মহকুমা চিকিৎসালয়খনো বানপানীয়ে বুৰাই পেলাইছে।

চলিত বানত বহু স্কুল, কলেজ আৰু কাৰ্য্যালয়ো পানীত বুৰ গৈছে।

Recent News

চীন আৰু আমেৰিকাৰ মাজত হ’ব বাণিজ্যিক চুক্তি : ঘোষণা কৰিলে ড’নাল্ড ট্ৰাম্পে

চীন আৰু আমেৰিকাৰ মাজত হ’ব বাণিজ্যিক চুক্তি : ঘোষণা কৰিলে ড’নাল্ড ট্ৰাম্পে

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সফলতা; দেশৰ প্ৰথমটো প্ৰতিষ্ঠান হিচাপে কি এই সাফল্য?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সফলতা; দেশৰ প্ৰথমটো প্ৰতিষ্ঠান হিচাপে কি এই সাফল্য?

ইংলেণ্ডত গৈয়ে সেউজ পিটচত কে এল ৰাহুলৰ দুৰ্দান্ত শতক; একেৰাহে ৩টা অৰ্ধশতক জুৰেলৰ

ইংলেণ্ডত গৈয়ে সেউজ পিটচত কে এল ৰাহুলৰ দুৰ্দান্ত শতক; একেৰাহে ৩টা অৰ্ধশতক জুৰেলৰ

উচ্চ ন্যায়ালয়ক বৃদ্ধাংগুষ্ঠ হিমন্তৰ চৰকাৰৰ! প্ৰতিবাদকাৰীক থানাত সোমোৱাই কাটিলে দীঘলী পুখুৰী, আমবাৰীৰ গছ

উচ্চ ন্যায়ালয়ক বৃদ্ধাংগুষ্ঠ হিমন্তৰ চৰকাৰৰ! প্ৰতিবাদকাৰীক থানাত সোমোৱাই কাটিলে দীঘলী পুখুৰী, আমবাৰীৰ গছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd