• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়ক আনিব খোজা বিজেপিক ভোট নিদিবলৈ আহ্বান ৪ সংগঠনৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
April 8, 2019 7:29 pm
Citizenship-Bill-1-750x375

প্ৰতিনিধিত্বমূলক ফটো

229
VIEWS
Share on FacebookShare on Twitter

বিজেপি দলে আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত তেওঁলোক ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ’ব বুলি স্পষ্টভাৱে উল্লেখ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু, কৃষক মুক্তিকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে।

এনে এক পৰিস্থিতিৰ মাজতে আজি শিৱসাগৰত আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা ৰাজনৈতিক দলক ভোট দিবলৈ আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদকে ধৰি ৪ টাকৈ সংগঠনে।

শিৱসাগৰ জিলাৰ জাঁজীৰ নন্দন বন ৰিজৰ্টত আয়োজিত এখন সংবাদমেলত টাই আহোম যুৱ পৰিষদ, টাই যুৱ ছাত্ৰ পৰিষদ, নিবনুৱা সুৰক্ষা সন্থা, আৰু কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ নেতৃবৰ্গই আগন্তুক লোকসভা নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা বিজেপিক ভোট নিদিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়।

আজিৰ উক্ত সংবাদমেলত টাই আহোম যুৱ পৰিষদৰ মৃদুল বাইলুং ফুকন, পবিত্ৰ গগৈ, টাই যুৱ ছাত্ৰ পৰিষদৰ প্ৰাঞ্জল শইকীয়া, নিবনুৱা সুৰক্ষা সন্থাৰ অপুৰাজ শৰ্মা আৰু কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ অনন্ত আৰন্ধৰা উপস্থিত থাকে।

Tags: নিৰ্বাচন ২০১৯

Recent News

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

মৰিগাঁও আদালতৰ ঐতিহাসিক ৰায়: POCSO আইনৰ অধীনত অপৰাধীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড

মৰিগাঁও আদালতৰ ঐতিহাসিক ৰায়: POCSO আইনৰ অধীনত অপৰাধীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd