• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালত অসমৰ যুৱতীৰ চাঞ্চল্যকৰ Video

চাওক মুগাৰ সাজত সুৰেখাৰ মুখৰ বিহুনাম। অসম তথা ভাৰতৰ লোকে ম’বাইলত 16667728 দায়েল কৰি 53010 নং লৈ প্ৰেৰণ কৰি সুৰেখাক সমৰ্থন জনাব পাৰে। Voice of Nepalৰ এপ ডাউনল’ড কৰিও শ্ব’টো উপভোগ কৰাৰ লগতে ছেত্ৰীক সমৰ্থন জনাব পাৰে।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 3:30 pm
surekha chhetry assam guwahati nepal

সুৰেখা ছেত্ৰী। ছবি- ফে’চবুকৰ পৰা।

3.4k
VIEWS
Share on FacebookShare on Twitter

ভইচ অৱ নেপাল নামৰ সংগীতৰ ৰিয়েলিটি শ্ব’ এটাত আগবঢ়োৱা প্ৰদৰ্শনেৰে চুবুৰীয়া দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটীৰ সুৰেখা ছেত্ৰী নামৰ যুৱতী গৰাকীয়ে।

ইতিমধ্যে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ছেত্ৰীৰ এটা ভিডিঅ’ই youTube আৰু facebookত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমৰ মুগাৰ সাজ পিন্ধি সুৰেখাই গীত গোৱা শ্ব’টোৰ এটা খণ্ডই মাত্ৰ দুসপ্তাহতে ১০ লাখ দৰ্শকক স্পৰ্শ কৰাৰ দিশে ধাৱমান হৈছে।

বিহুনাম এফাকিৰে আৰম্ভ কৰা সুৰেখাৰ উক্ত বিশেষ প্ৰদৰ্শনে ফে’চবুকতো সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। নেপালী মনোৰঞ্জন নামৰ ফে’চবুক পে’জটোৱে ৰাজহুৱা কৰা সুৰেখাৰ গীতৰ অংশটো প্ৰায় ৪.৫০ লাখ লোকে দৰ্শন কৰিছে, শ্বেয়েৰ হৈছে প্ৰায় ৫হাজাৰ ১শটা।

চাওক মুগাৰ সাজ পৰিহিতা সুৰেখাৰ গীত

গুৱাহাটীৰ নাৰেংগীৰ যুৱতী ছেত্ৰীয়ে শ্ব’টোত আৰু আগবাঢ়িবলৈ অসমৰ ৰাইজক ভোট দিবলৈ আহ্বান জনাইছে। “মোলৈ গুৱাহাটী আৰু অসমে আৰু সমৰ্থন আগবঢ়াওক যাতে মই অসমক গৌৰৱান্বিত কৰিব পাৰো,” এই আহ্বান ছেত্ৰীৰ।

সুৰেখাৰ ভোটিং ক’ড ২৮। অসম তথা ভাৰতৰ লোকে ম’বাইলত 16667728 দায়েল কৰি 53010 নং লৈ প্ৰেৰণ কৰি সুৰেখাক সমৰ্থন জনাব পাৰে। বা Voice of Nepalৰ এপ ডাউনল’ড কৰিও শ্ব’টো উপভোগ কৰাৰ লগতে ছেত্ৰীক সমৰ্থন জনাব পাৰে।

জুবিন গাৰ্গৰ সৈতে সুৰেখাই কণ্ঠদান কৰা পিয়াৰী মায়ালু (पियारी मायालु ) শীৰ্ষক অসমীয়াৰ পৰা নেপালীলৈ অনুবাদ কৰা গীতৰ এলবামটোও অসম আৰু নেপালত জনপ্ৰিয় হৈছিল।

The Voice of Nepal হৈছে The Voice নামৰ বাণিজ্যিক পপুলাৰ সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় টিভি সংগীত ৰিয়েলিটি শ্ব’টোৰ নেপালী দেশীয় সংস্কৰণ।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd