• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2025 2:51 pm
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাৰী সন্মানৰ কথিত নীতিৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বিহাৰত ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰাত এজন লোকে মোদীৰ প্ৰয়াত মাতৃক অপমান কৰাৰ অভিযোগ উঠাৰ পিছতে বিজেপিয়ে কংগ্ৰেছ আৰু আৰজেডিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু বিৰোধীয়ে এই অভিযোগক ভুৱা নেৰেটিভ বুলি দাবী কৰি মোদীৰ অতীতৰ মন্তব্যসমূহক সোঁৱৰাই কয় যে আনৰ মাতৃক অপমান কৰাতো শুদ্ধ, কিন্তু নিজৰ মাতৃক অপমান কৰাতো দোষ এই নীতিকে সাৰোগত কৰি আহিছে নেকি মোদীয়ে, বুলি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী নেতাসকলে।

অভিযোগ অনুসৰি, বিহাৰত এজন লোকে মোদীৰ মাতৃৰ প্ৰতি আপত্তিজনক মন্তব্য কৰিছিল, যাৰ পিছতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ এই ঘটনাত উপস্থিত নথকাৰ পাছতো বিজেপিয়ে এই অপমানক ৰাহুল গান্ধী আৰু তেজস্বী যাদৱৰ সৈতে জড়িত কৰি ভুৱা নেৰেটিভ সৃষ্টি কৰিছে বুলি অভিযোগ উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এক ভাৰ্চুৱেল ভাষণত কয় যে নাৰীৰ প্ৰতি এই ঘৃণা আৰু অৱজ্ঞাৰ ৰাজনীতি ৰোধ কৰাটো প্ৰয়োজনীয়। তেওঁ আৰজেডি আৰু কংগ্ৰেছক মাতৃ-ভগ্নীৰ ওচৰত ক্ষমা খুজিবলৈ হাবান কৰিছে। কিন্তু বিৰোধীয়ে মোদীৰ অতীতৰ মন্তব্যসমূহক সোঁৱৰাই দি কয় যে ইন্দিৰা গান্ধী, ছোনিয়া গান্ধী আৰু মমতা বেনাৰ্জীক অপমান কৰা মোদীয়ে এতিয়া নাৰী সন্মানৰ কথা কেনেকৈ কয়?

Apply Now

আৰজেডিৰ নেত্ৰী ৰোহিনী আচাৰ্য্যই কয় যে মোদীয়ে ছোনিয়া গান্ধী আৰু অন্য নাৰী নেত্ৰীসকলক অপমান কৰিছিল আৰু কেতিয়াও ক্ষমা খোজা নাই। একেদৰে টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই মোদীক কটাক্ষ কৰি কয় যে যিজনে মমতা বেনাৰ্জীক ‘দিদি অ’ দিদি’ বুলি তাচ্ছিল্য কৰিছিল আৰু ছোনিয়া গান্ধীক ‘বিধৱা’ বুলি তাচ্ছিল্য কাৰিছিল, তেওঁ এতিয়া নাৰী সন্মানৰ শিক্ষা দিয়ে। এই ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে আৰু মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰক পোহৰলৈ আনিছে। বিৰোধীয়ে এই নিকৃষ্ট ৰাজনীতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd